ETV Bharat / state

গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহ ভঙা পাঁচ জনক আটক

গোলকগঞ্জৰ পুৰণি কালী মন্দিৰৰ প্ৰতিমা ভাঙি চুৰমাৰ কৰা ঘটনাত জড়িত পাঁচজন অপৰাধীক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

গোলকগঞ্জত মন্দিৰৰ প্ৰতিমা ভঙা কাণ্ডত জড়িত পাঁচ জনক আটক
author img

By

Published : Aug 25, 2019, 4:17 AM IST

গোলকগঞ্জ, 24 আগষ্টঃ শুক্ৰবাৰে গোলকগঞ্জৰ পুৰণি কালী মন্দিৰৰ প্ৰতিমা ভাঙি চুৰমাৰ কৰা ঘটনাত জড়িত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে ক্ৰমে দীনেশ ৰায়, সুৰজিত সূত্ৰধৰ, আশীষ সৰকাৰ, ছানীৰাম ৰায় আৰু সঞ্জয় বৰ্মন ৷ গোলকগঞ্জ আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত অপৰাধী কেইজনক 24 ঘণ্টাৰ ভিতৰত আটক কৰিবলৈ সক্ষম হয় ৷

গোলকগঞ্জত মন্দিৰৰ প্ৰতিমা ভঙা কাণ্ডত জড়িত পাঁচ জনক আটক

গোলকগঞ্জ, 24 আগষ্টঃ শুক্ৰবাৰে গোলকগঞ্জৰ পুৰণি কালী মন্দিৰৰ প্ৰতিমা ভাঙি চুৰমাৰ কৰা ঘটনাত জড়িত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে ক্ৰমে দীনেশ ৰায়, সুৰজিত সূত্ৰধৰ, আশীষ সৰকাৰ, ছানীৰাম ৰায় আৰু সঞ্জয় বৰ্মন ৷ গোলকগঞ্জ আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত অপৰাধী কেইজনক 24 ঘণ্টাৰ ভিতৰত আটক কৰিবলৈ সক্ষম হয় ৷

গোলকগঞ্জত মন্দিৰৰ প্ৰতিমা ভঙা কাণ্ডত জড়িত পাঁচ জনক আটক
Intro:শুক্ৰবাৰে গোলকগঞ্জৰ পূৰনি কালি মন্দিৰৰ প্ৰতিমা ভাঙচুৰ কৰা ঘটনাত পাচজনক অপৰাধীক গ্ৰেপ্তাৰ কৰিলে গোলকগঞ্জ আৰক্ষীয়ে ৷ আৰক্ষীৰ ততাতৈয়া পদক্ষেপক বাহ বাহ দিছে ৰাইজে ৷৷Body:
গোলকগঞ্জৰ কালি মন্দিৰ ৰ প্ৰতিমা ভাঙচুৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পাচজনক ৷ ২৪ ঘন্টাত পাচজনক জেললৈ প্ৰেৰন গোলকগঞ্জ আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ দীনেশ ৰায়, সুৰজিত সুত্ৰধৰ, আসীষ সৰকাৰ, ছানিৰাম ৰায় আৰু সঞ্জয় বৰ্মন ৷ গোলকগঞ্জ আৰক্ষীয়ে প্ৰথমতে ট্ৰেকাৰ কুকুৰেৰে ঘটনাৰ কিছু তথ্য লাভ কৰি যদিও পিছত স্পস্ট তথ্য লাভ কৰি পাজনকে আজি আদালত লৈ প্ৰেৰন কৰে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.