ETV Bharat / state

সৰ্বশিক্ষাত সৰ্বনাশ ! এটা কোঠাত 6 টাকৈ শ্ৰেণীৰ শিক্ষাৰ্থী

author img

By

Published : Mar 21, 2019, 12:39 PM IST

এশ এবুৰি সমস্যাৰে পূৰ্ণ ধুবুৰীৰ এখন বিদ্যালয় ৷ নাই পৰ্যাপ্ত শ্ৰেণীকোঠা, ডেস্ক-বেঞ্চ ৷ এটা ভগা শ্ৰেণীতে জীৱনৰ আদিপাঠ গ্ৰহণ শিক্ষাৰ্থীৰ ৷

এশ এবুৰি সমস্যাৰে পূৰ্ণ ধুবুৰীৰ এখন বিদ্যালয়

ধুবুৰী, 21 মাৰ্চ : ডিজিটেল ইণ্ডিয়াৰ পৰশ নপৰা এখন চৰকাৰী বিদ্যালয় ৷ ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাঝেৰচৰ ৰিভাৰ ব্লক গাঁৱত থকা এইয়া জনপ্ৰিয় প্ৰাইমাৰী বিদ্যালয় ৷ বিদ্যালয়খনৰ দুৰৱস্থাই স্তম্ভিত কৰি তুলিব আপোনাকো ৷ চৰাঞ্চলৰ এই বিদ্যালয়খনত এটা মাথো ভগা জুপুৰীৰ মাজতে একেলগে শিক্ষাগ্ৰহণ কৰি আহিছে ছটাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৷ অবিশ্বাস্য হ'লেও এইয়াই সঁচা ৷ 71 গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ ডেস্ক বেঞ্চ ৷

ইপিনে চলিত শিক্ষা বৰ্ষৰ আৰম্ভণিতে বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছিল যদিও তাৰ কেইদিনমান পাচৰ পৰাই একপ্ৰকাৰ বন্ধ হৈ পৰে মধ্যাহ্ন ভোজন । ৰাজ্য চৰকাৰে শিক্ষাবিভাগৰ উন্নয়নৰঢাক-ঢোল বজাই থকাৰ সময়তে চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাই উদঙাই দিছে শিক্ষাখণ্ডৰ প্ৰকৃতস্বৰূপ ৷

চৰকাৰী বিদ্যালয়ৰ নমুনা 
ভগা জুপুৰীৰ মাজতে একেলগে শিক্ষা গ্ৰহণ ছটাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীৰ 

ধুবুৰী, 21 মাৰ্চ :  ডিজিটেল ইণ্ডিয়াৰ পৰশ নপৰা এখন চৰকাৰী বিদ্যালয় ৷ ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাঝেৰচৰ ৰিভাৰ ব্লক গাঁৱত থকা এইয়া জনপ্ৰিয় প্ৰাইমাৰী বিদ্যালয় ৷ বিদ্যালয়খনৰ দুৰৱস্থাই স্তম্ভিত কৰি তুলিব আপোনাকো ৷ চৰাঞ্চলৰ এই বিদ্যালয়খনত এটা মাথো ভগা জুপুৰীৰ মাজতে একেলগে শিক্ষাগ্ৰহণ কৰি আহিছে ছটাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৷ অবিশ্বাস্য হ'লেও এইয়াই সঁচা ৷ 71 গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ ডেস্ক বেঞ্চ ৷ 

ইপিনে চলিত শিক্ষা বৰ্ষৰ আৰম্ভণিতে বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছিল যদিও তাৰ কেইদিনমান পাচৰ পৰাই একপ্ৰকাৰ বন্ধ হৈ পৰে মধ্যাহ্ন ভোজন । ৰাজ্য চৰকাৰে চৰকাৰী আঁচনিৰ ঢাক-ঢোল বজাই থকাৰ সময়তে চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাই উদঙাই দিছে চৰকাৰী আঁচনিৰ প্ৰকৃতস্বৰূপ ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.