ETV Bharat / state

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু - চাপৰ

ধুবুৰী জিলাৰ চাপৰৰ হিৰকজ্যোতি ৰায় নামৰ এজন যুৱকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু
author img

By

Published : Aug 2, 2019, 11:01 PM IST

বিলাসীপাৰা, 2 আগষ্ট : ৰাজ্যখনত এতিয়াও হ্ৰাস পোৱা নাই জাপানীজ এনকেফেলাইটিছৰ আতংক ৷ মহামাৰী ৰোগবিধে প্ৰাণ লৈছে এজনৰ পাছত আনজনৰ ৷ শুকুৰবাৰে ধুবুৰী জিলাৰ চাপৰৰ এজন 22 বৰ্ষীয় যুৱকে এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ৷ বাৰুনীতাৰা 1 ম খণ্ডৰ প্ৰয়াত নৰেশ্বৰ ৰায়ৰ একমাত্ৰ সন্তান হিৰকজ্যোতি ৰায় প্ৰায় 10 দিন ধৰি এনকেফেলাইটিছত আক্ৰান্ত হৈ আছিল ৷ প্ৰথমে বঙাইগাঁওস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে 24 জুলাই তাৰিখে GMCH ত ভৰ্তি কৰোৱা হয় ।

অৱশেষত শুকুৰবাৰৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে । যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ।

Intro:চাপৰত JE ত আক্ৰান্ত হৈ যুৱকৰ মৃত্যুBody:বিলাসীপাৰা পূৱ,০২ আগষ্ট:

ৰাজ্যখনত এতিয়াও হ্ৰাস পোৱা নাই জাপানীজ এনকেফেলাইটিচৰ আতংক । মহামাৰী JE প্ৰাণ লৈ এজনৰ পিছত আন এজন লোকৰ  । শুক্ৰবাৰে JE ত আক্ৰান্ত হৈ মৃত্যু হল ধুবুৰী জিলাৰ চাপৰৰ এজন ২২ বছৰীয়া যুৱকৰ । বাৰুনীতাৰা ১ম খন্ড গাওৰ প্ৰয়াত নৰেশ্বৰ ৰায়ৰ একমাত্ৰ সন্তান হিৰকজ্যোতি ৰায়ে প্ৰায় ১০ দিন ধৰি আক্ৰান্ত হৈ আছিল JE ত । প্ৰথমে বঙাইগাঁও স্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ২৪ জুলাই ত GMCH ত ভৰ্তি কৰোৱা হয় । অৱশেষত আজি শেষ নিশ্বাস ত্যাগ কৰে যুৱক জনে । 

   যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছা পৰিছে । যদিও আনফালে আকৌ অঞ্চল টোত এক আতংকৰ সৃষ্টি হৈছেConclusion:FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.