ধুবুৰী,26 জুন : ধুবুৰীত বজ্ৰপাত পৰাৰ ফলত নিহত হয় এগৰাকী ব্যক্তি ৷ নিহত ব্যক্তিগৰাকী কৈমাৰী প্ৰথম খণ্ড গাঁৱৰ এক্ৰামুল হক ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় একে গাঁৱৰ ছুৰমান আলী নামৰ আন এগৰাকী লোক ৷ মঙলবাৰ নিশা গংগাধৰ নদীয়েদি কুমাৰগঞ্জৰ পৰা নাৱেৰে কৈমাৰী লৈ আহি থকা সময়ত বজ্ৰপাত পৰাত সংঘটিত হয় এই ঘটনা ৷ আহত আলী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে এক্ৰামুল হক মৃতদেহ |
ধুবুৰীত বজ্ৰপাত পৰি নিহত এক - আহত
বজ্ৰপাত পৰাৰ ফলত নিহত কৈমাৰী প্ৰথম খণ্ড গাঁৱৰ এক্ৰামুল হক নামৰ লোকজন ৷ গুৰুতৰভাৱে আহত হয় একে গাঁৱৰ ছুৰমান আলী ৷ নাৱেৰে গৈ থকা সময়ত সংঘটিত হয় এই ঘটনা
ধুবুৰী,26 জুন : ধুবুৰীত বজ্ৰপাত পৰাৰ ফলত নিহত হয় এগৰাকী ব্যক্তি ৷ নিহত ব্যক্তিগৰাকী কৈমাৰী প্ৰথম খণ্ড গাঁৱৰ এক্ৰামুল হক ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় একে গাঁৱৰ ছুৰমান আলী নামৰ আন এগৰাকী লোক ৷ মঙলবাৰ নিশা গংগাধৰ নদীয়েদি কুমাৰগঞ্জৰ পৰা নাৱেৰে কৈমাৰী লৈ আহি থকা সময়ত বজ্ৰপাত পৰাত সংঘটিত হয় এই ঘটনা ৷ আহত আলী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে এক্ৰামুল হক মৃতদেহ |
Conclusion:আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিত্সালয় লৈ প্ৰেৰণ কৰে |