ETV Bharat / state

মানকাচাৰত নাও দুৰ্ঘটনাত নিহত দুই কিশোৰী

author img

By

Published : Jul 20, 2019, 8:00 PM IST

মানকাচাৰৰ দৰুৱা গাঁৱত নাও দুৰ্ঘটনাত নিহত হয় দুই কিশোৰী ।

মানকচাৰত নাও দুৰ্ঘটনাত নিহত দুই কিশোৰী

ধুবুৰী,২০জুলাই : ৰাজ্যত বানে সন্ত্ৰাস অব্যাহত ৰখাৰ সময়তে মানকাচাৰত সংঘটিত হয় ভয়াৱহ ঘটনা । মানকচাৰৰ দৰুৱা গাঁৱত সংঘটিত হয় নাও দুৰ্ঘটনা । বানাক্ৰান্ত লোকৰ সৈতে বজাৰৰ বাবে গৈ থকা সময়তে হঠাৎ ডুব যায় ১২জন যাত্ৰী থকা এখন নাও । নাওখন ডুব যোৱাৰ ফলত নাওখনত থকা সকলো যাত্ৰী ডুব যায় যদিও ১০গৰাকী যাত্ৰীয়ে সাঁতুৰি পাৰ হয় । কিন্তু নাওখনত থকা দুগৰাকী কিশোৰী সাঁতুৰি পাৰ হ'ব নোৱাৰাৰ ফলত নিহত হয় কিশোৰীদুগৰাকীৰ । নিহত কিশোৰী দুগৰাকী জানমণি আৰু যছুফে বেগম একেটা পৰিয়ালৰ দুই বাই ভনী আছিল ।

Intro:
মানকাচৰৰ দৰুৱা গাঁৱত নাও দুৰ্ঘটনা। বানৰ সময়ত বানাক্ৰান্ত লোকৰ ঘৰে ঘৰে বজাৰৰ সৈতে যোগাযোগৰ একমাত্ৰ নাওঁ দুৰ্ঘটনাগ্ৰস্ত। বজাৰলৈ গৈ থকা নাওঁ দুৰ্ঘটনাগ্ৰস্ত। নিহত হল দুই কিশোৰী।

Body: হয়, ভয়াৱহ বান পৰিস্থিতিৰ মাজতে পুনৰ মানকাচৰত অঘটন। নৈৰ বুকুত সংঘটিত হল নাওঁ দুৰ্ঘটনা। মানকাচৰৰ দৰুৱা গাঁৱত সংঘটিত হয় এই নাও দুৰ্ঘটনা। উল্লেখযোগ্য যে, বানৰ সময়ত বানাক্ৰান্ত লোকৰ ঘৰে ঘৰে বজাৰৰ সৈতে যোগাযোগৰ একমাত্ৰ নাওঁ আজি দুৰ্ঘটনাত পতিত হয়। বজাৰলৈ গৈ থকা নাওঁখন হঠাৎ ডুব যোৱাৰ ফলত নাওঁ খনত থকা আন দহ গৰাকী লোক সাঁতুৰী কথমপি প্ৰাণ ৰক্ষা পেলায় যদিওঁ নিহত হল দুই কিশোৰী। জানিব পৰা মতে, নাও খনত আছিল ১২ জন লোক। নিহত কিশোৰী দুগৰাকী হৈছে একেটা পৰিয়ালৰ দুই বাই ভনী। নাম জানমণি আৰু যছুফে বেগম। দুই বাই ভনী প্ৰথমে নিখোজ হয়। যদিওঁ পৰৱৰ্তী সময়ত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়।

Conclusion: বান পানীৰ সময়ত মানকাচৰৰ এনে কৰুণ ঘয়নাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.