ETV Bharat / state

ধুবুৰীত বিদ্যুৎ কৰ্মচাৰীৰ ক'লা দিৱস পালন - চৰকাৰক বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০ বিল বাতিল কৰাৰ দাবী

অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীয়ে ক'লা বেজ পৰিধান কৰাৰ লগতে চৰকাৰক বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০ বিল বাতিল কৰাৰ দাবী জনাই ৷

Monday black day celebrated by electricity board at Dhubri
ধুবুৰীত বিদ্যুৎ কৰ্মচাৰীৰ ক'লা দিৱস পালন
author img

By

Published : Jun 1, 2020, 5:39 PM IST

ধুবুৰী, 1 জুনঃ ৰাজ্যৰ বিদ্যুৎ বিভাগক চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে বিভিন্ন কৰ্মচাৰী সন্থাই ইয়াৰ বিৰোধিতা কৰি আহিছে ৷ সোমবাৰে বিদ্যুৎ বিভাগৰ ধুবুৰী সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত,শক্তি বিভাগৰ সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ আহ্বান মৰ্মে, অসম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ ধুবুৰী জিলা কমিটীয়েও এক ঘণ্টীয়া ক'লা দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Monday black day celebrated by electricity board at Dhubri
ধুবুৰীত বিদ্যুৎ কৰ্মচাৰীৰ ক'লা দিৱস পালন

অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীয়ে ক'লা বেজ পৰিধান কৰাৰ লগতে চৰকাৰক বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০ বিল বাতিল কৰাৰ দাবী জনাই ৷

ধুবুৰীত বিদ্যুৎ কৰ্মচাৰীৰ ক'লা দিৱস পালন

লগতে পঢ়কঃ লক ডাউন: অন্ধকাৰৰ দিশে 1 লাখ মৃন্ময় শিল্পী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.