ETV Bharat / state

নাৱালিকাক ধৰ্ষণ কৰি ৰঙাঘৰ পালেগৈ যুৱক !! - etv bharat assam

চুবুৰীয়া ঘৰৰ নৱম শ্ৰেনীত পঢ়ি থকা এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰীক ভাত ৰান্ধিবৰ বাবে মাতি নি ধৰ্ষণ কৰাৰ অভিযোগ দীপক নামৰ এজন বিৱাহিত যুৱকৰ বুৰুদ্ধে ৷

গোলকগঞ্জত নাৱালিকাক ধৰ্ষণ!
author img

By

Published : Jul 8, 2019, 2:23 PM IST

গোলকগঞ্জ , ০৮ জুলাই: পুনৰ পোহৰলৈ আহিল মানৱ সমাজক লজ্জানত কৰা ঘটনা । ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত দেৱত্তৰ হাসদহ পঞ্চম খণ্ড গাৱঁত দীপক নামৰ এজন বিৱাহিত যুৱকে নাবালিকা এগৰাকীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

গোলকগঞ্জত নাৱালিকাক ধৰ্ষণ!
জানিব পৰা মতে ৬/৭ মাহ পূৰ্বে গাঁও খনৰ দুলাল ৰায়ৰ পত্নীয়ে সন্তান প্ৰসৱ কৰাৰ সময়ত ওচৰ চুবুৰীয়া ঘৰৰ নৱম শ্ৰেনীত পঢ়ি থকা পোন্ধৰ বছৰীয়া এগৰাকী কিশোৰীক ভাত ৰান্ধিবৰ বাবে মাতি নিছিল । তেনে সময়তে ৰান্ধনী শালত কোনো নথকাৰ সুযোগ লৈ অভিযুক্ত দীপকে নাৱালিকা গৰাকীক ধৰ্ষণ কৰে । লগতে কিশোৰী গৰাকীক এই ঘটনাৰ বিষয়ে কাকো নক'বলৈ হত্যাৰো ভাবুকি দিয়ে |ইপিনে কিশোৰী গৰাকীয়ে এই সন্দৰ্ভত কাকো অৱগত নকৰে যদিও শাৰিৰীক অৱস্থাৰ পৰিৱৰ্তন হোৱাত সকলো ঘটনা বৌয়েক এগৰাকীৰ জড়িয়তে পৰিয়ালৰ লোকক অৱগত কৰে । সকলো ঘটনা পোহৰলৈ অহাৰ পাচতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্ত দীপকৰ বিৰুদ্ধে গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে । আৰু তেওঁলোকৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ৭৬৮/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি ততপৰতাৰে দীপকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Intro:পুনৰ পোহৰলৈ আহিল এক লজ্জানত কৰা ঘটনা |নাবালিকাক ধৰ্ষন কৰি গৰ্ভৱতী কৰিলে এক বিৱাহীত লম্পটে |Body:ঘনাটো সংঘটিত হল ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত দেৱত্তৰ হাসদহ পঞ্চম খণ্ড গাৱঁত | গাও খনৰ দুলাল ৰায়ৰ পত্নী ৬/৭ মাহ পূৰ্বে সন্তান প্ৰসৱ কৰাৰ সময়ত ভাত ৰান্ধিব মাতি নিয়ে চুবুৰীয়া ঘৰৰ নৱম শ্ৰেনীত পঢ়ি থকা পোন্ধৰ বছৰীয়া এগৰাকী কিশোৰীক| ৰান্ধনী ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট দীপকে নাৱালিকা গৰাকীক বলপূৰ্বক ধৰ্ষণ কৰে | কাকো নকব লৈ হত্যাৰো ভাবুকি দিয়ে | কিশোৰী গৰাকী এই সন্দৰ্ভত কাকো অৱগত নকৰে যদিও শাৰিৰীক অৱস্থাৰ পৰিবৰ্তন হোৱাত সকলো ঘটনা বৌয়েক এগৰাকীৰ জড়িয়তে ঘৰত অৱগত কৰে | দেওঁবাৰে পৰিয়ালৰ তৰফৰ পৰা গোলকগঞ্জ থানাত এখন এজাহাৰ দিয়ে| আৰক্ষীয়ে ৭৬৮/১৯ নম্বৰত গোচৰ ৰুজু কৰি তত্পৰতাৰে লম্পট দীপকক গ্ৰেপ্তাৰ কৰি জেল হাজোত প্ৰেৰণ কৰে |
বাইট ১ কিশোৰী গৰাকী
২ কিশোৰীৰ মাতৃ
৩ গাঁওবাসীConclusion:নাৱালিকা ধৰ্ষণকাৰী বিৱাহীত লম্পটটোক কঠোৰতম শাস্তিৰ দাবী জনাইছে ৰাইজে |
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.