ধুবুৰী, 21 এপ্ৰিলঃ ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ পঞ্জাৱৰ পৰা চাইকেল চলাই অসমত উপস্থিত হৈছে এগৰাকী লোক ৷ ৰাজ্যখনৰ অনন্তপুৰ ৰূপ নগৰৰ চৰ্দাৰ উমাহ শংকা সিঙৰ পুত্ৰ জজবীৰ সিং খালছা নামৰ ব্যক্তিগৰাকীয়ে উত্তৰ-ভাৰত পৰিভ্ৰমণ কৰি অসমত উপস্থিত হৈছে ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...
ভোটাৰ সজাগতাৰে পঞ্জাৱৰ পৰা অসমত উপস্থিত এগৰাকী লোক - Voter Awereness
17 সংখ্যক লোকসভা নিৰ্বাচন অব্যাহত থকাৰ সময়তে অসমত আহি উপস্থিত হৈছে এগৰাকী লোক ৷ পঞ্জাৱৰ পৰা অসমৰ ধুবুৰীত উপস্থিত হোৱা লোকগৰাকীয়ে ভোটাৰ সজাগতাৰ বাবেই চাইকেল চলাই ভ্ৰমণ কৰিব সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ৷
![ভোটাৰ সজাগতাৰে পঞ্জাৱৰ পৰা অসমত উপস্থিত এগৰাকী লোক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3063227-thumbnail-3x2-0.jpg?imwidth=3840)
ভোটাৰ সজাগতা
ধুবুৰী, 21 এপ্ৰিলঃ ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ পঞ্জাৱৰ পৰা চাইকেল চলাই অসমত উপস্থিত হৈছে এগৰাকী লোক ৷ ৰাজ্যখনৰ অনন্তপুৰ ৰূপ নগৰৰ চৰ্দাৰ উমাহ শংকা সিঙৰ পুত্ৰ জজবীৰ সিং খালছা নামৰ ব্যক্তিগৰাকীয়ে উত্তৰ-ভাৰত পৰিভ্ৰমণ কৰি অসমত উপস্থিত হৈছে ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...
ভোটাৰ সজাগতা
ভোটাৰ সজাগতা
SLUG- A_DHB_801_802_21APRIL_TOURIST_APPEAL_TO_VOTER_VIS+BYTE_SHAHANUR
( Files send through Mojo )
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।