ETV Bharat / state

ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ধন - ধন

আজি নিশাৰ ভাগত ধুবুৰী চহৰৰ ঝাগৰাৰ পাৰ তিনিআলিত ধুবুৰী চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয় শৰ্মাৰ উপস্থিতিত ষ্টেটিক চাৰ্ভিলেন্সৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এখন বাহনত অভিযান চলাই জব্দ কৰে টকাখিনি ।

ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ধন
author img

By

Published : Apr 16, 2019, 11:48 PM IST

ধুবুৰী, 16 এপ্ৰিলঃ ধুবুৰীৰ ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ ধাৰাবাহিক অভিযানত উদ্ধাৰ হৈছে লাখ লাখ টকা । নিৰ্বাচনৰ পূৰ্বে একপ্ৰকাৰ টকাৰ উজান উঠিছে ধুবুৰীত ।

আজি পুনৰ নিয়মীয়া অভিযানত উদ্ধাৰ 11 লাখ 80 হাজাৰ টকা । উল্লেখ্য যে, আজি নিশাৰ ভাগত ধুবুৰী চহৰৰ ঝাগৰাৰ পাৰ তিনিআলিত ধুবুৰী চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয় শৰ্মাৰ উপস্থিতিত ষ্টেটিক চাৰ্ভিলেন্সৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এখন বাহনত অভিযান চলাই জব্দ কৰে টকাখিনি । ইতিমধ্যে জব্দকৃত ধনখিনক লৈ তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী আৰু জিলা প্ৰশাসনে । টকাখিনি ধুবুৰীৰ গৌৰীপুৰৰ সঞ্জয় কুমাৰ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ বুলি জনায় কাৰ্যবাহী দণ্ডাধীশ শৰ্মাই ।

SLUG- DHUBRI MONEY SIZED

       ধুবুৰী, ১৬ এপ্ৰিলঃ ধুবুৰীৰ ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ ধাৰাবাহিক অভিযানত উদ্ধাৰ হৈছে লাখ লাখ টকা। নিৰ্বাচনৰ পূৰ্বে একপ্ৰকাৰ টকাৰ উজান উঠিছে ধুবুৰীত। আজি পুণৰ নিয়মীয়া অভিযানত উদ্ধাৰ ১১ লাখ ৮০ হাজাৰ টকা। উল্লেখযোগ্য যে, আজি নিশাৰ ভাগত ধুবুৰী চহৰৰ ঝাগৰাৰ পাৰ তিনি আলিত ধুবুৰী চক্ৰ বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ জয় শৰ্মাৰ উপস্থিতিত ষ্টেটিক চাৰ্ভিলেন্সৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এখন বাহনত অভিযান চলাই টকা খিনি জব্দ কৰে। জব্দকৃত ধনখিনক লৈ তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী আৰু জিলা প্ৰশাসনে। কাৰ্য্যবাহী দণ্ডাধীশ গৰাকীয়ে জনোৱা মতে টকাখিনি ধুবুৰীৰ গৌৰীপুৰৰ সঞ্জয় কুমাৰ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ বুলি জনায় কাৰ্য্যবাহী দণ্ডাধীশ শৰ্মাই। উল্লেখযোগ্য যে, নিৰ্বাচনী বিধি অনুসৰি কোনো লোকে ৫০ হাজাৰতকৈ বেছি টকা সৰবৰাহ কৰিব নোৱাৰে যদিওঁ ব্যৱসায়ী গৰাকীয়ে কি কাৰণত বৃহৎ পৰিমাণৰ টকা সৰবৰাহ কৰিছিল। সেয়াই লক্ষণীয় বিষয়। ব্যৱসায়ীজনে তেওঁৰ ব্যৱসায়ৰ টকা বুলি দাবী কৰিছে যদিওঁ উপযুক্ত প্ৰমাণ দেখুৱাব পাৰে নে নোৱাৰে সেয়াই গুৰুত্বপূৰ্ণ প্ৰশ্ন।
   .                                               
        ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.