ETV Bharat / state

ধুবুৰীৰ ইতিহাস বাৰ্তা উন্মোচন - উন্মোচন

ভাৰতীয় ইতিহাস সংকলন সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ "ইতিহাস বাৰ্তা" নামৰ ধুবুৰী জিলাৰ বিশেষ সংকলন সংখ্যাৰ উন্মোচন। সমান্তৰাল ভাৱে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ শতবৰ্ষ উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত হ'ব লগীয়া বক্তৃতানুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয় ধুবুৰীত ৷

ধুবুৰীৰ ইতিহাস বাৰ্তা উন্মোচন
author img

By

Published : Aug 11, 2019, 8:02 PM IST

ধুবুৰী, 11 জুলাই : ধুবুৰীৰ ঐতিহাসিক কালিবাৰী সভাকক্ষত দেওবাৰে অনুষ্ঠিত হয় এখন গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান । ভাৰতীয় ইতিহাস সংকলন সমিতি, অসম আৰু ধুবুৰী জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ "ইতিহাস বাৰ্তা" নামৰ ধুবুৰী জিলাৰ বিশেষ সংকলন সংখ্যাৰ আজি উন্মোচন কৰা হয় । অনুষ্ঠানত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সম্পাদক ডo চন্দ্ৰ শেখৰ উপাধ্যয়ৰ লগতে জিলা সমিতিৰ সভাপতি ডo দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰীকে ধৰি জিলা সমিতিৰ আন বিষয়ববীয়াৰ উপস্থিতিত আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ধুবুৰীৰ ইতিহাসৰ ওপৰত লিখি উলিওৱা ইতিহাস বাৰ্তা নামৰ বিশেষ সংখ্যাটি । উক্ত ইতিহাস বার্তাৰ সংখ্যাত বহু কেইজন লেখক লেখিকাই ধুবুৰীৰ ইতিহাস সম্পৰ্কে বিভিন্ন প্ৰবন্ধ প্ৰকাশ কৰিছে । যি ইতিহাসৰ এটা এটা পৃষ্ঠাই আজিৰ নৱ প্ৰজন্মক বিশেষ ভাবে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিয়ে । আনহাতে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ শতবৰ্ষ উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত হব লগীয়া বক্তৃতানুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানত ।

Intro:ভাৰতীয় ইতিহাস সংকলন সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ "ইতিহাস বাৰ্তা" নামৰ ধুবুৰী জিলাৰ বিশেষ সংকলন সংখ্যাৰ উন্মোচন। সমান্তৰাল ভাৱে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ শত বৰ্ষ উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত হব লগীয়া বক্তৃতানুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয় ধুবুৰীত।

Body:

আজি ধুবুৰীৰ ঐতিহাসিক কালিবাৰী সভাকক্ষত অনুষ্ঠিত হয় এখন গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান। ভাৰতীয় ইতিহাস সংকলন সমিতি, অসম আৰু ধুবুৰী জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ "ইতিহাস বাৰ্তা" নামৰ ধুবুৰী জিলাৰ বিশেষ সংকলন সংখ্যাৰ আজি উন্মোচন কৰা হয়। অনুষ্ঠানত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সম্পাদক ডo চন্দ্ৰ শেখৰ উপাধ্যয়ৰ লগতে জিলা সমিতিৰ সভাপতি ডo দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰীকে ধৰি জিলা সমিতিৰ আন বিষয়ববীয়াৰ উপস্থিতিত আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ধুবুৰীৰ ইতিহাসৰ ওপৰত লিখি উলিওৱা ইতিহাস বাৰ্তা নামৰ বিশেষ সংখ্যাটি। উক্ত ইতিহাস বার্তাৰ সংখ্যাত বহু কেইজন লিখক লেখিকাই ধুবুৰীৰ ইতিহাস সম্পৰ্কে বিভিন্ন প্ৰবন্ধ প্ৰকাশ কৰিছে। যি ইতিহাসৰ এটা এটা পৃষ্ঠাই আজিৰ নৱ প্ৰজন্মক বিশেষ ভাবে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিয়ে। আনহাতে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ শত বৰ্ষ উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত হব লগীয়া বক্তৃতানুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানত।

Conclusion:উল্লেখযোগ্য যে, ধুবুৰীৰ ইতিহাস বাৰ্তাৰ বিশেষ সংখ্যাটি অধ্যয়ন কৰিলে আজিৰ নৱ প্ৰজন্মই বহু নজনা কথা জানিবলৈ সক্ষম হোৱাটো নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.