ETV Bharat / state

গৌৰীপুৰত এবিএমছুৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ - ABMSU protest at Gouripur

অসমৰ শিক্ষা ব্যৱস্থাত ব্যপক বিশৃংখলতাই বিৰাজ কৰাৰ অভিযোগৰ উপৰিও শেহতীয়াকৈ লক্ষাধিক ৰন্ধন কৰ্মীক অস্থায়ী চাকৰিৰ পৰা বিতাড়িত কৰি মধ্যাহ্ন ভোজনৰ সকলো দায়িত্ব এন জি অ’ক প্ৰদান কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে আজি বি টি চিৰ এবিআমছুৰ পৰ্বতঝৰা জিলা সমিতিৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

গৌৰীপুৰত এবিএমছুৰ প্ৰতিবাদঃমুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তোলিকা দাহ
author img

By

Published : Nov 3, 2019, 10:44 PM IST

গৌৰীপুৰ, 3 নৱেম্বৰঃ ধুবুৰীৰ গৌৰীপুৰত জ্বলিল অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা ৷ অসমৰ শিক্ষা ব্যৱস্থাত ব্যপক বিশৃংখলতাই বিৰাজ কৰাৰ অভিযোগৰ উপৰিও শেহতীয়াকৈ লক্ষাধিক ৰন্ধন কৰ্মীক অস্থায়ী চাকৰিৰ পৰা বিতাড়িত কৰি মধ্যাহ্ন ভোজনৰ সকলো দায়িত্ব এন জি অ’ক প্ৰদান কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে আজি বি টি চিৰ এবিআমছুৰ পৰ্বতঝৰা জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ গৌৰীপুৰৰ চুপাৰিঘাটত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷

গৌৰীপুৰত এবিএমছুৰ প্ৰতিবাদ

আনহাতে, ৰান্ধনীসকলৰ ঠিকাভিত্তিক ভাৱে হ’লেও চাকৰি বাহাল ৰখাৰ দাবী উত্থাপন কৰে পৰ্বতঝোৰা এবিএমছুৱে ৷ এই দবীসমূহ পূৰণ ন’হলে অনাগত দিনত সমগ্ৰ বিটিচি তথা অসমত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে এবিআমছুৱে ৷

Intro:আজি গৌৰীপুৰত অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ পুত্তোলিকা দাহ কৰি এবিআমছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।
Body:
হয় আজি ধুবুৰীৰ গৌৰীপুৰত জ্বলিল অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তোলিকা। উল্লেখযোগ্য যে, অসমৰ শিক্ষা ব্যৱস্থাত ব্যপক বিশৃংখল চলি থকাৰ অভিযোগৰ উপৰি শেহতীয়া ভাবে লক্ষাধিক ৰন্ধন কৰ্মীক অস্থায়ী চাকৰিৰ পৰা বিতাড়িত কৰি মধ্যাহ্ন ভোজনৰ সকলো দায়িত্ব এন জি ওক প্ৰদান কৰাৰ পিছতেই সমগ্ৰ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে সময়তে আজি বি টি চিৰ এবিআমছুৰ পৰ্বতঝৰা জিলা সমিতিৰ ফালৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। গৌৰীপুৰৰ চুপাৰিঘাটত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তোলিকা দাহ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। ইপিনে ৰান্ধনী সকলৰ ঠিকাভিত্তিক ভাবে হলেও চাকৰি বাহাল ৰখাৰ দাবী উত্থাপন কৰে পৰ্বতঝৰা এবিআমছুৱে।

Byte:- এবিআমছু নেতা।

Conclusion:উল্লেখযোগ্য যে, এবিআমছুৰ এই দাবী পূৰণ কৰা নহলে অনাগত দিনত সমগ্ৰ বিটিচি তথা অসমত ভয়াৱহ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে এবিআমছুৱে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.