ETV Bharat / state

মালটা সদস্যৰ সন্দেহত ধুবুৰীত আটক এজনকঃ উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

মালটা সদস্যৰ সন্দেহত ধুবুৰী জিলাৰ কাছৰখানা গাঁৱত সেনা আৰক্ষীয়ে অভিযান চলায় আটক কৰে ইমন আলি নামৰ লোক এজনক

author img

By

Published : Jun 21, 2019, 6:28 PM IST

মালটা সদস্যৰ সন্দেহত ধুবুৰীত আটক এজনক

কৰিমগঞ্জ,২১জুন: বৃহস্পতিবাৰে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছৰখানা গাঁৱত সেনা আৰক্ষীয়ে চলোৱা যৌথ অভিযানত মালটা সদস্যৰ সন্দেহত আটক কৰে এজন লোকক । লোকজন কাছৰখানা গাঁৱৰ মহীৰ উদ্দিনৰ পুত্ৰ ইমান আলী বুলি জানিব পৰা গৈছে। লোকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটা ৭'৬৫ পিষ্টল, তিনিটা সজীৱ গুলী

Intro:Story :- তামাৰহাটত সেনাৰ অভিযান : আগ্নেয়াস্ত্ৰসহ এজনক আটক :
Feed Name :- Gossaigaon Arms With 1 Attested.
Rpt :- Gossaigaon.
Date :-21/6/19.
Anchore :- ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছৰখানা গাঁৱত সেনা আৰক্ষী যৌথ অভিযান চলাই এজন লোকক আটক কৰে। লোকজনৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হয়।

S/O :- তামাৰহাট থানাৰ অন্তৰ্গত কাছৰখানা গাঁৱত নিশা সেনা আৰক্ষী যৌথ অভিযান চলাই অস্ত্ৰসহ এজন লোকক আটক কৰে। আটক কৰা লোকজন কাছৰখানা গাঁৱৰ মহীৰ উদ্দিনৰ পুত্ৰ ইমান আলী(৬৯) । তেওঁৰ পৰা দুটা ৭'৬৫ পিষ্টল, তিনিটা সঞ্জীৱ গুলী উদ্ধাৰ কৰে।Body: লোকজনক আজি সেনাই তামাৰহাট থানাত চমজাই দিয়ে। Conclusion:
অভিযান চলাই নিজ ঘৰৰ পৰা পিষ্টল সহ লোকজনক আটক কৰে । মালটা সদস্য বুলি সন্দেহ সেনা আৰক্ষীৰ ।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.