ETV Bharat / state

বিলাসীপাৰাৰ 48 জন লোকক আইচলেশ্যনৰ ব্যৱস্থা দিল্লী চৰকাৰৰ

author img

By

Published : Apr 1, 2020, 5:41 PM IST

বিলাসীপাৰাৰ পৰা দিল্লীৰ নিজামুদ্দিন দৰগাহলৈ গৈছে 48 জন লোক ৷ তেওঁলোকৰ এগৰাকীও লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতি নাই বুলি সদৰী কৰিছে বিলাসীপাৰা মাৰ্কাজ মছজিদৰ কৰ্মকৰ্তা সকলে ৷

আইচলেশ্যনৰ ব্যৱস্থা দিল্লী চৰকাৰৰ
আইচলেশ্যনৰ ব্যৱস্থা দিল্লী চৰকাৰৰ

বিলাসীপাৰা, 1 এপ্ৰিলঃ নিজামুদ্দিন দৰগাহলৈ বিলাসীপাৰাৰ পৰা যোৱা লোকৰ সংখ্যা আছিল 48 জন ৷ যোৱা ২৯ ফেব্ৰুৱাৰীত নিজামুদ্দিন মছজিদত ইছলাম ধৰ্মীয় তৰতিবলৈ গৈছিল এই লোককেইজন ৷ কিন্তু এইসকলৰ ভাতৰত একাংশ লোকৰ শৰীৰত বৰ্তমান স্থিতি লৈছে কৰ'ণা ভাইৰাছে ৷ বিলাসীপাৰা মাৰ্কাজ মছজিদে সদৰী কৰা অনুসৰি বিলাসীপাৰাৰ পৰা দিল্লীলৈ যোৱা এগৰাকীও লোকৰ শৰীৰত বৰ্তমানলৈ পোৱা নাই এই মহামাৰীৰ উপস্থিতি ৷ বিলাসীপাৰাৰ পৰা যোৱা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বৰ্তমান দিল্লী চৰকাৰে তেওঁলোকক 14 দিনৰ বাবে আইচলেশ্যনত ৰখাৰ ব্যৱস্থা কৰিছে ৷ এই বিষয়ে অৱগত কৰে বিলাসীপাৰা মাৰ্কাজ মছজিদৰ কৰ্মকৰ্তা সকলে ৷

বিলাসীপাৰাৰ 48 জন লোকক আইচলেশ্যনৰ ব্যৱস্থা দিল্লী চৰকাৰৰ

লগতে পঢ়কঃ বিশ্বব্যাপী কভিদ-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.