ETV Bharat / state

ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ ভষ্মীভূত চাৰিখনকৈ বাহন - অগ্নিকাণ্ড

ধুবুৰীত অগ্নিকাণ্ড । ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত জাহ গ'ল চাৰিখনকৈ বাহন ।

ধুবুৰীত অগ্নিকাণ্ড
author img

By

Published : Jun 16, 2019, 4:29 PM IST

ধুবুৰী, 16 জুন : ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলত দেওবাৰে সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ বিদ্যাপাৰা অঞ্চলৰ আফচাৰুল গণি, আফতাৰুল গণি আৰু আখতাৰুল গণিৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোত পৰিয়ালটোৰ কেইগৰাকীমান লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে গেৰেজত থকা এখন চাৰিচকীয়া বাহনসহ তিনিখনকৈ ই-ৰিক্সা সম্পূৰ্ণৰূপে ভস্মীভূত হয় । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় সাত-আঠ লাখ টকাৰ সা সম্পত্তি ক্ষয় ক্ষতি হৈছে বুলি ধাৰণা কৰা হৈছে । ইপিনে চৰ্ট-চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

ধুবুৰীত অগ্নিকাণ্ড

আৰু পঢ়ক - বানৰ কবলত লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল

Intro: ধুবুৰীত অগ্নিকাণ্ড। ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত জাহ গল চাৰিখনকৈ বাহন।

Body: ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলৰ আফচাৰুল গণি, আফতাৰুল গণি আৰু আখতাৰুল গণিৰ বাসগৃহত আজি সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। সন্দেহ কৰা মতে চৰ্ট চাৰ্কিটৰ ফলত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ পিছতেই খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী দুখনকৈ গাড়ী লৈ আহি অগ্নি নিৰ্বাপিত কৰে যদিওঁ ঘৰ খনৰ গাড়ী গেৰেজত থকা এখন চাৰি চকীয়া বাহন সহ তিনি খনকৈ ই-ৰিক্সা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আনহাতে পৰিয়ালটোৰ কেইজনমান আহত হয়।

Conclusion: এই অগ্নিকাণ্ডৰ ফলত প্ৰায় সাত-আঠ লাখ টকাৰ সা সম্পত্তি ক্ষয় ক্ষতি হৈছে বুলি ধাৰণা কৰা হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.