ETV Bharat / state

বিলাসীপাৰাত সদৌ অসম গৰিয়া মৰিয়া পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান - সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

বিলাসীপাৰাত সদৌ অসম গৰিয়া মৰিয়া পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান ৷ নতুনকৈ গঠন হোৱা বিলাসীপাৰা টাউন মণ্ডল সমিতিৰ বিষয়-ববীয়াক সম্বৰ্ধনা জ্ঞাপন ৷

Felicitation ceremony of AAGMDJP at Bilasipara
বিলাসীপাৰাত সদৌ অসম গৰিয়া মৰিয়া পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান
author img

By

Published : Sep 15, 2020, 3:32 PM IST

পশ্চিম বিলাসীপাৰা, 15 ছেপ্তেম্বৰ : বিলাসীপাৰাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সম্বৰ্ধনা সভাৰ আয়োজন ৷ বানিয়াপাৰা ঈদগাহ ময়দানত জিলা সভাপতি মজিমুল হকৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভাৰ ৷

বিলাসীপাৰাত সদৌ অসম গৰিয়া মৰিয়া পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান

সভাত নতুনকৈ গঠন হোৱা বিলাসীপাৰা টাউন মণ্ডল সমিতিৰ বিষয়-ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা সমিতিয়ে ৷ নৱ নিৰ্বাচিত টাউন মণ্ডলৰ সম্পাদক ইফতিকাৰ হুছেইন বাপ্পীয়ে সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৷

সভাত কেন্দ্ৰীয় সমিতিৰ জনগোষ্ঠীয় সম্পাদক ৰবিউল হুছেইন প্ৰমুখ্যে বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : গোলাঘাট আৰক্ষীৰ জালত ম'ষ্ট ৱাণ্টেড গাড়ী চোৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.