ETV Bharat / state

বিলাসীপাৰাত মহিলাৰ বাবে সুকীয়া ভোটগ্ৰহণ কেন্দ্ৰ

৪ নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনত বিলাসীপাৰাত 10টা সুকীয়া মহিলা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । মঙলবাৰে বিলাসীপাৰাত মুঠ 370246 জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে পুৰুষ ভোটাৰ 188621 জন আৰু মহিলা ভোটাৰ 181625 গৰাকী ।

ELECTION PREPARATION AT DHUBRI
author img

By

Published : Apr 22, 2019, 11:40 PM IST

ধুবুৰী, 22 এপ্ৰিল: ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ বিলাসীপাৰা পূব আৰু পশ্চিম সমষ্টিত ভোটগ্ৰহণৰ বাবে সাজু হৈছে মহকুমা প্ৰশাসন | মহকুমাটোৰ 507 টা ভোটগ্ৰহণ কেন্দ্ৰত 507 গৰাকী প্ৰিজাইডিং বিষয়া, 2027 গৰাকী প'লিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীৰ দল ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ।

ELECTION PREPARATION AT DHUBRI

উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত বিলাসীপাৰাত 10 টা সুকীয়া মহিলা ভোটগ্ৰহC কেন্দ্ৰ স্থাপন কৰা হৈছে । মঙলবাৰে মুঠ 370246 জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে পুৰুষ ভোটাৰ 188621 জন আৰু মহিলা ভোটাৰ 181625 গৰাকী ।

Intro:Body:

ELECTION PREPARATION AT DHUBRI

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.