ETV Bharat / state

লক ডাউনৰ ফলত হাহাকাৰ পৰিৱেশ ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত

author img

By

Published : Apr 14, 2020, 7:03 PM IST

ইতিমধ্যে ধুবুৰীত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 3 জন ব্যক্তি ৷ ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত আতংকৰ সৃষ্টি হৈছে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত ৷ লক ডাউনৰ 20 দিন উকলাৰ পিছতো সজাগতাৰ অভাৱ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বিছখোৱা ঝাস্কাল অঞ্চলত ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-

Effect of lock down at India Bangla border in Dhubri
ভাৰত-বাংলা সীমান্ত

ধুবুৰী,14 এপ্ৰিলঃ ইতিমধ্যে ধুবুৰীত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 3 জন ব্যক্তি ৷ ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত আতংক সৃষ্টি হৈছে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত ৷ লক ডাউনৰ 20 দিন উকলাৰ পিছতো সজাগতাৰ অভাৱ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বিছখোৱা ঝাস্কাল অঞ্চলত ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-

হাহাকাৰ পৰিৱেশ সৃষ্টি ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত

লগতে চাওকঃ ৰাজহুৱা বিতৰণ প্ৰণালীৰ অধীনত আগন্তুক তিনিমাহলৈ ৰেচন পাব ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.