ETV Bharat / state

কৰ্তব্যৰ মাজতে ৰাজপথত বিহু মাৰিলে ধুবুৰী আৰক্ষীয়ে - ধুবুৰী

ধুবুৰী জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা আৰু কেইবাটাও আৰক্ষী থানাৰ বিষয়াই ৰাজপথতেই এপাক বিহু নাচি কৰ্তব্যৰ মাজতেই ৰঙালীক উপভোগ কৰে ৷ সমান্তৰালকৈ আৰক্ষীৰ সৈতে ধুবুৰীৰ সংবাদকৰ্মী সকলেও একেলগে বিহুগীত পৰিৱেশন কৰে ৷

Duburi police enjoys bihu at road
কৰ্তব্যৰ মাজতে ৰাজপথত বিহু মাৰিলে ধুবুৰী আৰক্ষীয়ে
author img

By

Published : Apr 27, 2020, 1:01 PM IST

ধুবুৰী,27 এপ্ৰিলঃ লক ডাউনৰ সময়ত নিজ কৰ্তব্যত নিয়োজিত হৈ থকাৰ মাজতেই পলমকৈ হ’লেও ৰঙালীক আদৰিলে ধুবুৰী আৰক্ষীয়ে ৷ ধুবুৰী জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা আৰু কেইবাটাও আৰক্ষী থানাৰ বিষয়াই ৰাজপথতে এপাক বিহু নাচি কামৰ মাজতেই ৰঙালীৰ আনন্দ উপভোগ কৰে ৷ সমান্তৰালকৈ আৰক্ষীৰ সৈতে ধুবুৰীৰ সংবাদকৰ্মী সকলেও একেলগে বহুগীত পৰিৱেশন কৰে ৷ আৰক্ষীয়ে সংবাদকৰ্মী সকলক একোখনকৈ ফুলাম গামোচাৰে আদৰাৰ লগতে সংবাদকৰ্মী সকলেও আৰক্ষী বিষয়া আৰু জোৱান সকলক এখনি ফুলাম গামোচাৰে আদৰণি জনায় ৷

কৰ্তব্যৰ মাজতে ৰাজপথত বিহু মাৰিলে ধুবুৰী আৰক্ষীয়ে

লগতে পঢ়ক-চৰকাৰলৈ নৰৈ নিজেই মথাউৰি নিৰ্মাণ কৰিলে নৈ পৰীয়া ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.