গোলকগঞ্জ, 13 নৱেম্বৰঃ গোলকগঞ্জত মেক্স ট্ৰাকসহ জব্দ নিচাযুক্ত ঔষধ ৷ উল্লেখ্য যে, পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 17C/2360 নম্বৰৰ মেক্স ট্ৰাকখনক গোলকগঞ্জ আৰক্ষীয়ে ৰতিয়াদহত ৰখাবলৈ নিৰ্দেশ দিয়ে । কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি ট্ৰাকখনে তীব্ৰগতিত পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ সন্দেহ ওপজে ৷ আৰক্ষীয়ে তৎক্ষণাৎ বাহনখনক খেদি গোলকগঞ্জৰ নন্দিনীপাৰত আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা মেক্স ট্ৰাকখনত তালাচী চলোৱাত 400 বটল অবৈধ ফেন্সিডাইল আৰু 250টা নিচাজাতীয় টেবলেট উদ্বাৰ কৰে ৷ আৰক্ষীয়ে বাহনখনৰ চালক আৰু এজনক আটক কৰি গোলকগঞ্জ থানালৈ লৈ যায় ৷ আটাকাধীন লোকদুজন ক্ৰমে আজাদ হক আৰু মুনু ইছলাম ৷
গোলকগঞ্জত নিচাযুক্ত ঔষধসহ গ্ৰেপ্তাৰ দুজনক
পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 17C/2360 নম্বৰৰ মেক্স ট্ৰাকখনৰ পৰা 400 বটল অবৈধ ফেন্সিডাইল আৰু 250টা নিচাযুক্ত টেবলেট উদ্বাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ আৰক্ষীয়ে বাহনখনৰ লগতে আজাদ হক আৰু মুনু ইছলাম নামৰ লোকদুজনক আটক কৰি থানালৈ লৈ যায় ৷
গোলকগঞ্জ, 13 নৱেম্বৰঃ গোলকগঞ্জত মেক্স ট্ৰাকসহ জব্দ নিচাযুক্ত ঔষধ ৷ উল্লেখ্য যে, পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 17C/2360 নম্বৰৰ মেক্স ট্ৰাকখনক গোলকগঞ্জ আৰক্ষীয়ে ৰতিয়াদহত ৰখাবলৈ নিৰ্দেশ দিয়ে । কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি ট্ৰাকখনে তীব্ৰগতিত পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ সন্দেহ ওপজে ৷ আৰক্ষীয়ে তৎক্ষণাৎ বাহনখনক খেদি গোলকগঞ্জৰ নন্দিনীপাৰত আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা মেক্স ট্ৰাকখনত তালাচী চলোৱাত 400 বটল অবৈধ ফেন্সিডাইল আৰু 250টা নিচাজাতীয় টেবলেট উদ্বাৰ কৰে ৷ আৰক্ষীয়ে বাহনখনৰ চালক আৰু এজনক আটক কৰি গোলকগঞ্জ থানালৈ লৈ যায় ৷ আটাকাধীন লোকদুজন ক্ৰমে আজাদ হক আৰু মুনু ইছলাম ৷
Body:পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 17C/2360 নম্বৰৰ মেক্স ট্ৰাকখনক গোলকগঞ্জ আৰক্ষীয়ে ৰতিয়াদহত ৰখাবলৈ নিৰ্দেশ দিয়ে । আৰক্ষীৰ নিদ্দেশ অমান্য কৰি তীব্ৰ গতিত পলায়নৰ চেষ্টা কৰাত আৰক্ষীৰ সন্দেহ হয় ।পিছত আৰক্ষীয়ে খেদি খেদি গোলকগঞ্জৰ নান্দিনী পাৰত আটক কৰে । আটক কৰা মেক্স ট্ৰাকখনত তালাচী চলোৱাত ৪০০ বটল অবৈধ ফেন্সিডাইল আৰু ২৫০ টা নিচাজাতীয় টেৱলেট উদ্বাৰ কৰাৰ লগতে আজাদ হক আৰু মুনু ইছলামক আটক কৰি গোলকগঞ্জ থানা লৈ নিয়ে ।Conclusion:প্ৰদীপ কুমাৰ সেন
গোলকগঞ্জ