ETV Bharat / state

বিশিষ্ট কবি-সাহিত্যিক নিৰদেন্দু ৰায়ৰ দেহাৱসান

author img

By

Published : Aug 9, 2019, 1:18 PM IST

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ ভাগিনিয়েক তথা বিশিষ্ট কবি-সাহিত্যিক নিৰদেন্দু ৰায়ৰ দেহাৱসান ৷

বিশিষ্ট কবি-সাহিত্যিক নিৰদেন্দু ৰায়ৰ শেষ নিশ্বাস ত্যাগ

বিলাসীপাৰা,9আগষ্ট : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ ভাগিনিয়েক তথা বিশিষ্ট কবি-সাহিত্যিক, নিবন্ধকাৰ নিৰদেন্দু ৰায়ৰ দেহাৱসান ৷ ধুবুৰী জিলাৰ চাপৰ ৰৌমাৰীত ১৯৪৩ চনত জন্ম গ্ৰহণ কৰা নিৰদেন্দু ৰায় চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল । ২০১০ চনৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা ৰায়ে বহু কেইখন কিতাপ ৰচনা কৰিছিল । সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে চাপৰ অঞ্চল । দীৰ্ঘ দিনৰ পৰা বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ ৰায়ে শেষ নিশ্বাস ত্যাগ কৰে শুকুৰবাৰে ৷

Intro:অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ ভাগিন তথা বিশিষ্ট কবি-সাহিত্যিক, নিবন্ধকাৰ নিৰদেন্দু ৰায় আৰু নাইBody:বিলাসীপাৰা পূৱ,০৯ আগষ্ট:

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ ভাগিন তথা বিশিষ্ট কবি-সাহিত্যিক, নিবন্ধকাৰ নিৰদেন্দু ৰায় আৰু নাই । ধুবুৰী জিলাৰ চাপৰ ৰৌমাৰীত ১৯৪৩ চনত জন্ম গ্ৰহণ কৰা নিৰদেন্দু ৰায় চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল । ২০১০ চনৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা ৰায়ে ভালেকেইখন কিতাপ ৰচনা কৰিছিল ।সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে চাপৰ অঞ্চল । এই বয়োজেষ্ঠ ব্যক্তি গৰাকীৰ মৃত্যুয়ে বিস্তৰ ক্ষতি সাধন কৰিছে সাহিত্য জগতত । চাপৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত প্ৰয়াত ৰায় দীৰ্ঘ দিনৰ পৰা বাৰ্ধক্যজনীত কাৰণত চিকিৎসাধীন হৈ আছিল । অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি শুক্ৰবাৰে পূৱা সাহিত্যিক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । অবিবাহিত সাহিত্যিক ৰায়ে মৃত্যুৰ সময়ত অসংখ্য গুনমুগ্ধ ক এৰি থৈ যায় ।

Byte- গুনমুগ্ধ ।Conclusion:FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.