ধুবুৰী,11জুলাইঃ ধুবুৰীৰ গৌৰীপুৰ বজাৰৰ লগতে বিভিন্ন বজাৰত এতিয়া উপলব্ধ মেঘালয়ৰ আনাৰস । কিন্তু যোৱা চাৰি পাঁচ দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত বিক্ৰী হোৱা নাই মাটিকঁঠাল। ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে মাটিকঁঠালৰ ব্যৱসায়ীসকল ৷ এই সন্দৰ্ভত চাওক এক প্ৰতিবেদনঃ
মেঘালয়ৰ আনাৰসেৰে ভৰিছে ধুবুৰীৰ বজাৰ - pineapple
মেঘালয়ৰ মাটিকঁঠালেৰে ভৰিছে গৌৰীপুৰৰ বজাৰ । বহু বছৰৰ পৰা জলপথেৰে মেঘালয়ৰ পৰা মাটিকঁঠালৰ লগতে বিভিন্ন ফল-মূলৰ আমদানি কৰা হয় অসমলৈ । যদিও বৰ্তমান নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে মাটিকঁঠালৰ ব্যৱসায়ীসকল ।
মেঘালয়ৰ মাটিকঁঠালেৰে ভৰিছে ধুবুৰীৰ বজাৰ
ধুবুৰী,11জুলাইঃ ধুবুৰীৰ গৌৰীপুৰ বজাৰৰ লগতে বিভিন্ন বজাৰত এতিয়া উপলব্ধ মেঘালয়ৰ আনাৰস । কিন্তু যোৱা চাৰি পাঁচ দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত বিক্ৰী হোৱা নাই মাটিকঁঠাল। ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে মাটিকঁঠালৰ ব্যৱসায়ীসকল ৷ এই সন্দৰ্ভত চাওক এক প্ৰতিবেদনঃ
Intro: মেঘালয়ৰ মাটিকঁঠালেৰে ভৰিছে গৌৰীপুৰৰ বজাৰ। সুদীৰ্ঘ বছৰৰ পৰা নদী পথেৰে মেঘালয়ৰ পৰা মাটিকঁঠালৰ লগতে বিভিন্ন ফলমূলৰ আমদানি কৰা হয়। যদিওঁ বৰ্তমান নেৰানেপেৰা বৰষুণৰ ফলত ব্যপক লোকচানৰ সন্মুখীন হৈছে মাটিকঁঠালৰ ব্যৱসায়ী সকলে।
Body: PTC
মেঘালয়ৰ মাটিকঁঠালেৰে ভৰিছে গৌৰীপুৰৰ বজাৰ। ধুবুৰীৰ গৌৰীপুৰ বজাৰৰ লগতে বিভিন্ন বজাৰত এতিয়া উপলব্ধ মেঘালয়ৰ মাটিকঁঠাল। দৰাচলতে সুদীৰ্ঘ বছৰৰ পৰা নদী পথেৰে মেঘালয়ৰ চিবিনাঙৰ পৰা যন্ত্ৰ চলিত নাৱেৰে মাটিকঁঠালৰ লগতে বিভিন্ন ফলমূলৰ আমদানি কৰি আহিছে ব্যৱসায়ী সকলে। প্ৰতি বছৰৰ দৰে এই বেলিও মেঘালয়ৰ চিবিনাঙ আৰু অসমৰ ধুবুৰী-গৌৰীপুৰৰ একাংশ ব্যৱসায়ীয়ে এইদৰে নদী পথেৰে মেঘালয়ৰ চিবিনাঙৰ মাটিকঁঠাল বাগানৰ পৰা মাটিকঁঠাল ক্ৰয় কৰি নাৱেৰে আনি উপস্থিত হৈছে ধুবুৰীৰ গৌৰীপুৰত। ইয়াৰ পৰাই স্থানীয় খুচুৰা ব্যৱসায়ী সকলে মাটিকঁঠাল সমূহ পাইকাৰী মূল্যত ক্ৰয় কৰি গৌৰীপুৰৰ বজাৰত এইদৰে বিক্ৰীৰ বাবে সাজু হৈ উঠিছে। কিন্তু যোৱা চাৰি পাঁচ দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত বিক্ৰী হোৱা নাই মাটিকঁঠাল। বৰষুণৰ মাজতেই ব্যৱসায়ী সকলে গ্ৰাহকৰ অপেক্ষাত ৰৈ আছে যদিওঁ নাই গ্ৰাহক। ইপিনে বৰষুণৰ মাজত মাটিকঁঠাল বিক্ৰী কৰিব নোৱাৰি মূৰে কপালে হাত দিব লগীয়া হৈছে ব্যৱসায়ী সকলে। কাৰণ বৰষুণৰ বাবে নষ্ট হৈছে বহু মাটিকঁঠাল। বৰ্তমান নেৰানেপেৰা বৰষুণৰ ফলত ব্যপক লোকচানৰ সন্মুখীন হৈছে মাটিকঁঠালৰ ব্যৱসায়ী সকলে।
Byte:- স্থানীয় ব্যৱসায়ী।
ইপিনে অসম-মেঘালয়ৰ পাইকাৰী উল্লেখ কৰা মতে, মেঘালয়ৰ পৰা প্ৰতিটো মাটিকঁঠাল পাইকাৰী মূল্যত ১৪ টকাৰ পৰা ১৭ টকালৈকে ক্ৰয় কৰিছে যদিওঁ বৰ্তমান বৰষুণৰ বতৰত প্ৰতিটো মাটিকঁঠাল অতি কম মূল্যত ১০ টকাকৈ বিক্ৰী কৰিব লগীয়া হৈছে। ফলত বহু পৰিমাণৰ লোকচান হৈছে পাইকাৰী ব্যৱসায়ী সকলৰ।
Byte:- পাইকাৰী ব্যৱসায়ী।
Conclusion: মুঠৰ ওপৰত নেৰানেপেৰা বৰষুণৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ পাইকাৰী ব্যৱসায়ী সকলে বহু পৰিমাণৰ লোকচানৰ সন্মুখীন হবলগীয়া হৈছে। যদিওঁ তথাপিও বতৰ ভাল হোৱালৈ আশা প্ৰকাশ কৰিছে ব্যৱসায়ী সকলে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।