ETV Bharat / state

ধুবুৰীত বসন্ত উৎসৱ উপলক্ষে বিশাল শোভাযাত্ৰা - dhubri holi

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো নিৰ্বাচনী ব্যস্ততাৰ সমান্তৰালকৈ ফাকুৱা উদযাপনত ব্যস্ত ৰাইজ । কৰ'ণা আতংকৰ মাজতে জিলাখনৰ কালীবাৰীৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

ধুবুৰীত বসন্ত উৎসৱ উপলক্ষে বিশাল শোভাযাত্ৰা

author img

By

Published : Mar 28, 2021, 7:03 PM IST

ধুবুৰী,২৮ মাৰ্চ: ৰাজ্যৰ চৌদিশে ৰঙৰ উৎসৱ ফাকুৱাকলৈ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো নিৰ্বাচনী ব্যস্ততাৰ সমান্তৰালকৈ ফাকুৱা উদযাপনত ব্যস্ত ৰাইজ । কৰ'ণা আতংকৰ মাজতে জিলাখনৰ কালীবাৰীৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

ধুবুৰীত বসন্ত উৎসৱ উপলক্ষে বিশাল শোভাযাত্ৰা
ধুবুৰীত বসন্ত উৎসৱ উপলক্ষে বিশাল শোভাযাত্ৰা

ফাকুৱা উপলক্ষে উলিওৱা এই শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দলৰ উপৰিও সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰে।

ইফালে ধুবুৰী ৰাজীৱ গান্ধী শিশু উদ্যানত বিভিন্ন নৃত্য প্ৰদৰ্শন কৰি শ শ লোকে উলহ-মালহেৰে বসন্ত উৎসৱ পালন কৰা পৰিলক্ষিত হয় । ইজনে আনজনক আবিৰ সানি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে পঢ়ক:সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ আৰু ৰক্তদান শিবিৰ

For All Latest Updates

TAGGED:

dhubri holi
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.