ETV Bharat / state

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৰৌমাৰীবাসী

অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এক বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰৌমাৰীৰ এটা বৃহৎ আৱাসিক এলেকা ৷ ভোডাফোন আৰু আইডিয়া নেটৱৰ্কৰ টাৱাৰৰ পৰা সূত্ৰপাত ঘটে জুইৰ ৷

author img

By

Published : Apr 18, 2021, 6:31 PM IST

Updated : Apr 18, 2021, 8:45 PM IST

অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কথমপি ৰক্ষা পৰিল চাপৰৰ ৰৌমাৰী বাসী
devastating fire in chapar

পূৱ বিলাসীপাৰা,১৮ এপ্ৰিল: পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰৌমাৰীত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড । ইব্ৰাহিম আনছাৰী নামৰ এগৰাকী লোকৰ ঘৰৰ কাষতে থকা এটা ম’বাইল টাৱাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে এটা বৃহৎ আৱাসিক এলেকা ।

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৰৌমাৰীবাসী

উল্লেখযোগ্য যে, অগ্নিদগ্ধ ভোডাফোন আৰু আইডিয়া নেটৱৰ্কৰ টাৱাৰটোৰ লগতে এটা লক্ষাধিক মূল্যৰ ডিজি জেনেৰেটৰৰ ক্ষতিসাধন হয় ৷

লগতে পঢ়ক : 71 বছৰীয়া মুছলমান বৃদ্ধই সম্পন্ন কৰিছে ক’ৰণাত মৃত্যু হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়া

Last Updated : Apr 18, 2021, 8:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.