ETV Bharat / state

কৰ'ণা ভাইৰাছৰ আতংকত মন্দিৰে মন্দিৰে পূজা অৰ্চনা

ধুবুৰীত কৰ'ণা ভাইৰাছৰ আতংকত মন্দিৰে মন্দিৰে পূজা অৰ্চনা। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা আতংকিত জনতাৰ।

author img

By

Published : Mar 17, 2020, 12:07 PM IST

Updated : Mar 17, 2020, 1:03 PM IST

corona puja at dhubri
কৰ'ণা ভাইৰাছৰ আতংকত মন্দিৰে মন্দিৰে পূজা অৰ্চনা

ধুবুৰী,17 মাৰ্চঃ মহামাৰী ৰূপত অহা কৰ'ণা ভাইৰাছে সমগ্ৰ দেশ তথা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আতংকৰ সৃষ্টি কৰিছে। এনে আতংকৰ মাজতেই ধুবুৰীত মঙলবাৰে মন্দিৰে মন্দিৰে চলিছে পূজা অৰ্চনা । ধুবুৰীৰ শিৱ মন্দিৰত স্থানীয় মহিলা সকলে ধৰ্মীয় পৰম্পৰা অনুসৰি পূজা অৰ্চনা কৰি মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰাৰ্থনা কৰিছে । ধুবুৰীৰ লগতে সমগ্ৰ অসম তথা দেশৰ পৰা কৰ'ণা ভাইৰাছ আঁতৰ হৈ শান্তি বিৰাজ কৰাৰ কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

লগতে পঢ়কঃবিশ্বব্যাপী কৰ'ণা ভাইৰাছকলৈ আতংকিত ৰাজ্যবাসী

Last Updated : Mar 17, 2020, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.