ধুবুৰী,১২ জুনঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ ঘোষণাৰ পিছতেই হঠাৎ আৰক্ষীৰ অভিযানত তীব্ৰতা । একে নিশাই ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং ব্যৱয়ায়ী গ্ৰেপ্তাৰ । উল্লেখনীয়ভাৱে , মানকাচৰ আৰু ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায় । মানকাচৰত ধৰা পৰিল এনে ৯ গৰাকী গৰু চোৰাং বেপাৰী আনহাতে ধুবুৰীৰ গৌৰীপুৰ আৰু বালাজনত আৰক্ষীৰ জালত পৰিল দুজনকৈ ব্যৱসায়ী । লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় মুঠ ৯ টাকৈ চোৰাং গৰু ।
নিশাৰ ভিতৰতে ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং ব্যৱয়ায়ী গ্ৰেপ্তাৰ - ETV_BHARAT_ASSAM
মানকাচৰ আৰু ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায় । কাঁইটীয়া তাঁৰৰ বেৰ কাটি বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে চোৰাং গৰু ব্যৱসায়ীয়ে ।
ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং ব্যৱয়ায়ী গ্ৰেপ্তাৰ
ধুবুৰী,১২ জুনঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ ঘোষণাৰ পিছতেই হঠাৎ আৰক্ষীৰ অভিযানত তীব্ৰতা । একে নিশাই ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং ব্যৱয়ায়ী গ্ৰেপ্তাৰ । উল্লেখনীয়ভাৱে , মানকাচৰ আৰু ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায় । মানকাচৰত ধৰা পৰিল এনে ৯ গৰাকী গৰু চোৰাং বেপাৰী আনহাতে ধুবুৰীৰ গৌৰীপুৰ আৰু বালাজনত আৰক্ষীৰ জালত পৰিল দুজনকৈ ব্যৱসায়ী । লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় মুঠ ৯ টাকৈ চোৰাং গৰু ।
SLUG- A_DHB_805_12JUNE_CATTLE_SMUGGLER_VIS_SHAHANUR
( Files send through FTP )
oc/vo:- মূখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ ঘোষনাৰ পিছতেই হঠাৎ আৰক্ষীৰ অভিযানত তীব্ৰতা।একে নিশাই ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং কাৰবাৰী গ্ৰেপ্তাৰ। মানকাচৰ আৰু ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং কাৰবাৰ। এইবাৰ কাঁইটীয়া তাৰৰ বেৰ কাটি বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে চোৰাং গৰু ব্যৱসায়ীয়ে। মানকাচৰত ধৰা পৰিল এনে ৯ গৰাকী গৰু চোৰাং বেপাৰী।
আনহতে ধুবুৰীৰ গৌৰীপুৰ আৰু বালাজনত আৰক্ষীৰ জালত পৰিল দুজন। আৰক্ষীয়ে জব্দ কৰিলে মুঠ ৯ টাকৈ চোৰাং গৰু। লগতে জব্দ কৰিলে কাঁইটীয়া তাৰৰ বেৰ কাটা যন্ত্ৰ পাতি। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা দক্ষিণ শালমাৰা মানকাচৰ আৰু ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ মাজেদি চলি আহিছে গৰুৰ চোৰাং কাৰবাৰ যদিও সময়ে সময়ে আৰক্ষীয়ে দুই এজন গৰুৰ চোৰাংকাৰবাৰীক গ্ৰেপ্তাৰ কৰে কিন্তু ইয়াৰ পাছতো চোৰাং বেপাৰিয়ে বন্ধ কৰা নাই গৰুৰ চোৰাং কাৰবাৰ। বিশেষকৈ নদীত পানী বৃদ্ধি পালে আৰক্ষীক চেলেঞ্চ কৰি চোৰাং বেপাৰিয়ে বাংলাদেশলৈ গৰু চোৰাং চালান বৃদ্ধি কৰে। এইবাৰও পানী বাৰি অহাৰ লগে লগে ব্যপক হাৰে বৃদ্ধি পাবলৈ ধৰিছে গৰুৰ চোৰাং কাৰবাৰ।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।