ETV Bharat / state

ধুবুৰীত ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী নাও - বৰলুইত

মঙলবাৰে বৰলুইতৰ বুকুত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী নাও। মুহুৰ্ততে শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ দৰাচলতে ধুবুৰী পাৰঘাটৰ পৰা শতাধিক যাত্ৰী লৈ মঙলবাৰে পুৱা ফকিৰগঞ্জলৈ যাত্ৰা কৰিছিল এখন যাত্ৰীবাহী নাওখনে ৷ অপৰিৱৰ্তিত ঘন কুঁৱলীৰ বাবে প্ৰায় এঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ কৰিছিল নাওখনে ৷

ধুবুৰী
ঘন কুঁৱলীৰ বাবে আবদ্ধ নাওঁ
author img

By

Published : Jan 14, 2020, 2:42 PM IST

ধুবুৰী,14 জানুৱাৰীঃ ঘন কুঁৱলী স্বত্বেও ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অব্যাহত আছে বিপদসংকুল যন্ত্ৰচালিত নাওৰ যাত্ৰা । ফলত মঙলবাৰে বৰলুইতৰ বুকুত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী নাওখনে। মুহুৰ্ততে শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ দৰাচলতে ধুবুৰী পাৰঘাটৰ পৰা শতাধিক যাত্ৰী লৈ মঙলবাৰে পুৱা ফকিৰগঞ্জলৈ যাত্ৰা কৰিছিল এখন যাত্ৰীবাহী নাও ৷ অপৰিৱৰ্তিত ঘন কুঁৱলীৰ বাবে প্ৰায় এঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ কৰিছিল নাওখনে ৷

ঘন কুঁৱলীৰ বাবে আবদ্ধ নাওঁ

কিন্তু ঘন কুঁৱলীৰ ফলত মাজবাটতে পথভ্ৰষ্ট হয় নাওখন । পথ বিচাৰি নোপোৱাৰ ফলত প্ৰায় এঘণ্টা সময় নদীৰ বুকুত আবদ্ধ হৈ থাকে নাওখন ৷ পিছত বিপৰীত দিশৰ পৰা অহা এখন যন্ত্ৰচালিত নাৱৰ পৰামৰ্শমতে যাত্ৰাৰম্ভ কৰে আবদ্ধ নাওখনে। ফলত সাম্ভাব্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে নাওখন ৷

লগতে চাওকঃবকোত একে নিশাই সংঘটিত হ'ল দুটা পথ দুৰ্ঘটনা

Intro:ডাঠ কুঁৱলীৰ বাবে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। পথভ্ৰষ্ট যাত্ৰীবাহি লঞ্চ। ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহি লঞ্চ।Body:ডাঠ কুঁৱলীৰ মাজতে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বিপদ সংকুল যাত্ৰা যন্ত্ৰচালিত লঞ্চ আৰু নাওঁৰ। ডাঠ কুঁৱলীৰ ফলত পথভ্ৰষ্ট হৈ বৰ লুইতৰ বুকুত আবদ্ধ যাত্ৰীবাহি লঞ্চ। শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ। দৰাচলতে ধুবুৰী পাৰঘাটৰ পৰা শতাধিক যাত্ৰী লৈ পুৱা প্ৰায় ন বজাত ফকিৰগঞ্জ লৈ যাত্ৰা আৰম্ভ কৰিছিল এখন যাত্ৰীবাহি লঞ্চ। প্ৰকৃততে পুৱা আঠ বজাত যাত্ৰা আৰম্ভ কৰিব লাগিছিল যদিওঁ কুঁৱলীৰ বাবে প্ৰায় এঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ কৰে যদিওঁ আধাবাটতেই ডাঠ কুঁৱলীৰ ফলত পথভ্ৰষ্ট হৈ পৰে লঞ্চ খন। পিছত মূল পথ বিচাৰি নোপোৱাৰ ফলত প্ৰায় এঘণ্টা সময় আবদ্ধ হৈ থাকে যাত্ৰীবাহি লঞ্চখন। পিছত বিপৰীত দিশৰ পৰা অহা অন্য এখন যন্ত্ৰচালিত নাওঁৰ নাওৰীয়াৰ পৰা পৰামৰ্শ লৈ পুণৰ যাত্ৰা আৰম্ভ কৰে যাত্ৰীবাহি লঞ্চখনে। ইপিনে এনে ডাঠ কুঁৱলীৰ ফলত যাত্ৰীবাহি লঞ্চখনৰ সৈতে এখন যন্ত্ৰ চালিত নাওঁৰ মুখামুখি সংঘৰ্ষ হোৱাৰ উপক্ৰম হয়। যদিওঁ কথমপি ৰক্ষা পৰে নিশ্চিত দুৰ্ঘটনাৰ পৰা। Conclusion:মূলতে এই ঘটনাৰ ফলত লঞ্চৰ যাত্ৰী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.