ETV Bharat / state

কৃষক মুক্তিলৈ ভয় বিজেপি চৰকাৰৰ - বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি

মঙলবাৰে বিলাসীপাৰাৰ বিআৰ আম্বেদকাৰ ভৱনত এখন সংবাদমেল আয়োজন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ভয় কৰে বিজেপি চৰকাৰে ৷ সেয়েহে বহুকেইগৰাকী নেতাক জেলত বন্দী কৰি ৰাখিছে চৰকাৰে ৷

কৃষক মুক্তিলৈ ভয় বিজেপি চৰকাৰৰ
কৃষক মুক্তিলৈ ভয় বিজেপি চৰকাৰৰ
author img

By

Published : Jan 28, 2020, 8:10 PM IST

পশ্চিম বিলাসীপাৰা, 28 জানুৱাৰীঃ বিলাসীপাৰাত মঙলবাৰে বিয়লিৰ ভাগত এখন সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সংগঠনদুটাৰ নেতৃত্বই ৷ কৃষক মুক্তিৰ আপোচহীন সংগ্ৰামলৈ ভয় কৰে বিজেপি চৰকাৰে ৷ সেয়েহে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি চৰকাৰ ৷ বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক "কা" অসমীয়াৰ ওপৰত জাপি দিব বিচাৰিছে সেয়া কোনো কাৰনতে মানি লোৱা নহ'ব । চৰকাৰী প্ৰশাসন যন্ত্ৰই "কা"ৰ বিৰোধ কৰা কৃষক নেতা অখিল গগৈসহ গ্ৰেপ্তাৰ কৰা আন একাংশ সংগ্ৰামী সতীৰ্থক বিনা চৰ্তত মুকলি দিবলৈ দাবী উত্থাপন কৰে ৷

কৃষক মুক্তিলৈ ভয় বিজেপি চৰকাৰৰ

বিলাসীপাৰাৰ বিআৰ আম্বেদকাৰ ভৱনত এইদৰে সংবাদমেল সম্বোধন কৰি বহুকেইটা অভিযোগ উত্থাপন কৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ।

Intro:SLUG-BILASIPARA. SMSS PRESS MEET.
DATE:- 28/01/2020.

A.I:- বিলাসীপাৰাত মঙ্গলবাৰে বিয়লি বি. আৰ. আম্বেদকাৰ ভৱনত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামলৈ বিজেপি চৰকাৰে ভয় কৰে।
সেয়েহে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি চৰকাৰ-
এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে। Body:বি জে পি চৰকাৰে যি সাম্প্ৰদায়িক "কা" অসমীয়াৰ ওপৰত জাপি দিব বিচাৰিছে সেয়া কোনো কাৰনতে মানি লোৱা নহ'ব। চৰকাৰী প্ৰশাসন যন্ত্ৰই "কা"ৰ বিৰোধ কৰা কৃষক নেতা অখিল গগৈ সহ গ্ৰেপ্তাৰ কৰা আন একাংশ সংগ্ৰামী সতীৰ্থক বিনা চৰ্তত মুকলি দিবলৈ সংবাদ মেল যোগেদি চৰকাৰক দাবী জনায় সভাপতি গৰাকীয়ে | আজি অনুষ্ঠিত হোৱা সংবাদ মেলত বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে কৃষক নেতা গৰাকীয়ে ।
Conclusion:পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.