ETV Bharat / state

বিলাসীপাৰাত এপিডিচিএলৰ পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

বিলাসীপাৰাৰ এপিডিচিএলৰ বাছনি পৰীক্ষা কেন্দ্ৰত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিৰীক্ষকে পৰীক্ষাৰ্থীক নকল যোগান ধৰাক কেন্দ্ৰ কৰি এই পৰিস্থিতি ৷ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷

বিলাসীপাৰাত এপিডিচিএল ৰ বাছনি পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Apr 28, 2019, 5:51 PM IST

বিলাসীপাৰা, 28 এপ্ৰিল: বিলাসীপাৰাৰ এপিডিচিএল ৰ বাছনি পৰীক্ষা কেন্দ্ৰত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিৰীক্ষকে পৰীক্ষাৰ্থীক নকল যোগান ধৰাক কেন্দ্ৰ কৰি এই পৰিস্থিতি ৷ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷

শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত শিক্ষকে যেতিয়া দুৰ্নীতিৰ আশ্ৰয় লয় তেতিয়া কিমান সুৰক্ষিত হ’ব শিক্ষা বিভাগ ৷ ভেনু ক'ড নম্বৰ 1003 ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত দেওবাৰে অনুষ্ঠিত হয় এপিডিচিএলৰ বাছনি পৰীক্ষা ৷ পৰীক্ষা কেন্দ্ৰটোৰ ৪ নম্বৰ কোঠালীত স্বয়ং নিৰীক্ষকৰূপী শিক্ষকে এজনে এগৰাকী ছাত্ৰীক নকল যোগান ধৰাৰ অভিযোগ উঠিছে | নিৰীক্ষকজনে এই দৰে নকল যোগান ধৰা কাণ্ডক প্ৰত্যক্ষ কৰি প্ৰথমে তবধ মানে পৰীক্ষাৰ্থী সকলে আৰু পিছলৈ এনে ঘটনাৰ প্ৰতিবাদত ক্ষুব্ধ হৈ পৰীক্ষা কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

বিলাসীপাৰাত এপিডিচিএল ৰ বাছনি পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক: এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

পিছত পৰীক্ষা কেন্দ্ৰটোত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ক্ষুব্ধ পৰীক্ষাৰ্থীৰ একাংশই পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখ্য যে, নকল যোগান ধৰা ছাত্ৰী পৰীক্ষাৰ্থী গৰাকীৰ ৰোল নং 200890 বুলি জানিব পৰা গৈছে ৷ অভিযোগ মতে এই ঘটনা সংঘটিত কৰা শিক্ষক জনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷ এই ঘটনা সংঘটিত কৰা বিদ্যালয় খনৰ শিক্ষক তাইজুদ্দিন চৌধুৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে যদিও প্ৰকৃত তদন্তৰ পিছতহে শাস্তি প্ৰদানৰ দাবী তুলিছে একাংশ পৰীক্ষাৰ্থীয়ে ৷

Intro:A. I - বিলাসীপাৰাত APDCL ৰ বাছনি পৰীক্ষা কেন্দ্ৰত দেওবাৰে উত্তপ্ত পৰিস্থিতি |
নিৰীক্ষকে পৰীক্ষাৰ্থীক নকল যোগান ধৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় |
ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত সংঘটিত হয় এই জঘন্য ঘটনাৰ |Body:V. O - শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত শিক্ষকে যেতিয়া দুৰ্নীতিৰ আশ্ৰয় লয় তেতিয়া কিমান সুৰক্ষিত হব শিক্ষা বিভাগ | আজি আমি দেখুৱাম তেনে এজন দুৰ্নীতি পৰায়ণ শিক্ষকৰ জঘন্য ঘটনা | প্ৰথমে এই বাছনি পৰীক্ষা কেন্দ্ৰটো লৈ মন কৰক |Venue Code নম্বৰ 1003 ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ | দেওবাৰে কেন্দ্ৰটোত অনুষ্ঠিত কৰা হয় APDCL ৰ বাছনি পৰীক্ষা | কিন্তু পৰীক্ষা কেন্দ্ৰটোৰ ৪ নম্বৰ কোঠালীত স্বয়ং নিৰীক্ষক ৰূপী শিক্ষক এজনে এগৰাকী ছাত্ৰীক নকল যোগান ধৰাৰ অভিযোগ উঠিছে | নিৰীক্ষক জনে এই দৰে নকল যোগান ধৰা কাণ্ডক প্ৰত্যক্ষ কৰি প্ৰথমে তবধ মানে | পিছলৈ এনে জঘন্য ঘটনাৰ প্ৰতিবাদত বিক্ষুদ্ধ হৈ পৰে আৰু পৰীক্ষা কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে |Conclusion:পিছত পৰীক্ষা কেন্দ্ৰটোত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে | বিক্ষুদ্ধ পৰীক্ষাৰ্থী একাংশই পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে | উল্লেখ্য যে নকল যোগান ধৰা ছাত্ৰী পৰীক্ষাৰ্থী গৰাকীৰ ৰোল নং ২০০৮৯০ বুলি জানিব পৰা গৈছে |
ইফালে অভিযোগ মতে এনে জঘন্য ঘটনা সংঘটিত কৰা শিক্ষক জনক ৰক্ষনাবেক্ষন দিয়াৰ বাবে সমুদায় ঘটনা ঘাপ দিয়াৰ অপচেষ্টা বিদ্যালয় কৰ্তৃপক্ষই | এই জঘন্য ঘটনা সংঘটিত কৰা বিদ্যালয় খনৰ শিক্ষক তাইজুদ্দিন চৌধুৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে যদিও প্ৰকৃত তদন্ত ক্ৰমে শাস্তি প্ৰদানৰ দাবী তুলিছে অন্যান্য পৰীক্ষাৰ্থী সকলে |

Bite
1+2 পৰীক্ষাৰ্থী
3+4 শিক্ষক ৰোকাখাতা উঃ মাঃ বিদ্যালয়,
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.