বিলাসীপাৰা,২৮জুন : শুকুৰবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত প্ৰদৰ্শন কৰা হয় এখন বাটৰ নাট। 'ছাচটেইনএবল ডেভ্লপ ইন হেল্থ,আৰ পীৰ এডুকেটৰচ অৱ ৰাণীগঞ্জ পি এইছ ছি'ৰ''ৰ উদ্যোগত বিলাসীপাৰা চহৰৰ মাজ-মজিয়াত আয়োজন কৰা হয় এই বাটৰ নাটৰ। বাটৰ নাটখনৰ উদ্দেশ্য ড্ৰাগছ বিৰোধী এখন সুস্থ সমাজ গঠন কৰা। ড্ৰাগছৰ ভয়াৱহতা আৰু ইয়াৰ দ্বাৰা হ'বলগীয়া ক্ষতিৰ বিষয়ে সজাগতা সৃষ্টি কৰি বাটৰ নাটখন প্ৰদৰ্শন কৰে 'child in institution'নামৰ এটা সংস্থাই।
বিলাসীপাৰাৰ ৰাজপথত প্ৰদৰ্শন বাটৰ নাট - বাটৰ নাট
'child in institution'নামৰ এটা সংস্থাটোৱে ড্ৰাগছ বিৰোধী এখন সুস্থ সমাজ গঠন কৰাৰ উদ্দেশ্যৰে বিলাসীপাৰাত প্ৰদৰ্শন কৰে এখন সুস্থ সমাজ
বিলাসীপাৰাৰ ৰাজপথত প্ৰদৰ্শন বাটৰ নাট
বিলাসীপাৰা,২৮জুন : শুকুৰবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত প্ৰদৰ্শন কৰা হয় এখন বাটৰ নাট। 'ছাচটেইনএবল ডেভ্লপ ইন হেল্থ,আৰ পীৰ এডুকেটৰচ অৱ ৰাণীগঞ্জ পি এইছ ছি'ৰ''ৰ উদ্যোগত বিলাসীপাৰা চহৰৰ মাজ-মজিয়াত আয়োজন কৰা হয় এই বাটৰ নাটৰ। বাটৰ নাটখনৰ উদ্দেশ্য ড্ৰাগছ বিৰোধী এখন সুস্থ সমাজ গঠন কৰা। ড্ৰাগছৰ ভয়াৱহতা আৰু ইয়াৰ দ্বাৰা হ'বলগীয়া ক্ষতিৰ বিষয়ে সজাগতা সৃষ্টি কৰি বাটৰ নাটখন প্ৰদৰ্শন কৰে 'child in institution'নামৰ এটা সংস্থাই।
Intro:Anchor - যুৱ প্ৰজন্মৰ লগতে সমাজিক পৰিৱেশ ধ্বংসৰ অন্যতম কাৰক হৈ পৰিছে ড্ৰাগছ | এই বিধ মাৰাত্মক ব্যাধিৰ কৱলৰ পৰা নৱ প্ৰজন্মক উদ্ধাৰ কৰাৰ এক প্ৰয়াস শুকুৰবাৰে বিলাসীপাৰাত অনুষ্ঠিত হয় | শুকুৰবাৰে এই মাৰাত্মক ব্যাধিৰ পৰা যুৱ প্ৰজন্মক দুৰত ৰাখিবলৈ বিলাসীপাৰা চহৰত এক বাটৰ নাট প্ৰদৰ্শন কৰা হয় |Body:ছাবছটেইনাৱেল ডেভলাপ ইন হেল্থ আৰি পীৰ এডুকেটৰচ অৱ ৰাণীগঞ্জ পি এইছ ছি'ৰ উদ্যোগত ড্ৰাগছ বিৰোধী এখন সুস্থ সমাজ গঠনৰ উদ্দেশ্য এই খন বাটৰ নাট প্ৰদৰ্শন কৰে | ড্ৰাগছৰ ভয়াৱহতা আৰু ইয়াৰ দ্বাৰা হবলগীয়া ক্ষতিৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যই বাটৰ নাট খনৰ মুল উদ্দেশ্যে বুলি বাটৰ নাটৰ মুখ্য উদ্যোক্তা গৰাকীয়ে জনায় |Conclusion:Bite মুখ্য উদ্যোক্তা,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম।
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম।
Last Updated : Jun 29, 2019, 1:38 PM IST