ETV Bharat / state

বিলাসীপাৰাত অব্যাহত বন ধ্বংস যজ্ঞ

author img

By

Published : Jul 11, 2019, 9:54 AM IST

বিলাসীপাৰাৰ সূৰ্যখাতাত বন বিভাগ আৰু আৰক্ষীয়ে যৌথ অভিযান চলায় তিনি খন চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা চোৰাং কাঠ সমূহৰ মূল্য হ'ব কেইবালক্ষাধিক ৷

বিলাসীপাৰাত অব্যাহত বন ধ্বংসৰ যজ্ঞ

বিলাসীপাৰা, 11 জুলাইঃ বুধবাৰে বিয়লি বিলাসীপাৰাৰ সূৰ্যখাতাত বন বিভাগ আৰু আৰক্ষীয়ে যৌথ অভিযান চলায় তিনি খন চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই পলাই পত্ৰং দিয়ে চোৰাং চক্ৰটো । বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু ৰোকাখাতা খণ্ড বন বিষয়া কৰ্মীৰ অভিযানত জব্দ হোৱা চোৰাং কাঠ সমূহৰ মূল্য কেইবা লক্ষ টকা হ'ব বুলি জানিব পৰা গৈছে । ঘোঁৰা গাড়ী সহ জব্দ কৰা মূল্যবান শিশু আৰু কৰৈ কাঠৰ কুণ্ডা বোৰ পৰৰ্ৱতী সময়ত ৰোকাখাতা খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ অনা হয় । উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বিলাসীপাৰাত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে ট্ৰাক বা অন্য বাহনৰ পৰিৰ্বতে ঘোঁৰাৰ গাড়ী ব্যৱহাৰ কৰি দিনে নিশাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছিল । ইতিমধ্যে আৰক্ষী আৰু বন বিভাগৰ লোকে এই চক্ৰটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।

Intro:Anchor - বিলাসীপাৰাত অব্যাহত বন ধ্বংস যজ্ঞ |একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে বিলাসীপাৰাত দিনে নিশাই চলাই আহিছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় | এই বাৰ চোৰাং কাঠ ব্যৱসায়ীয়ে ট্ৰাক বা অইন বাহনেৰে নহয় ঘোঁৰাৰ গাড়ীৰে সৰবৰাহ কৰিছে চোৰাং কাঠৰ কুণ্ডা |Body:বুধবাৰে বিয়লি বিলাসীপাৰাৰ সুৰ্যখাতাত বন বিভাগ আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই তিনি খন চোৰাং ভৰ্তি ঘোঁৰাৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় | বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু ৰোকাখাতা খণ্ড বন বিষয়া কৰ্মীৰ অভিযানত জব্দ মূল্যৱান চোৰাং কাঠৰ কুণ্ডা সমূহ | অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই পলাই পত্ৰং দিয়ে চোৰাং কাঠ ব্যৱসায়ী |Conclusion:পিছত ঘোঁৰা গাড়ী সহ মুল্যবান শিশু আৰু কৰৈ কাঠৰ কুণ্ডা বোৰ ৰোকাখাতা খণ্ড বন কাৰ্যালয়লৈ নিয়ে |
Byte বন বিষয়া, ৰোকাখাতা খণ্ড বন কাৰ্যালয় |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.