ETV Bharat / state

ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ধুবুৰীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ধুবুৰী আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ।

ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
author img

By

Published : Nov 12, 2020, 8:11 PM IST

ধুবুৰী, ১২ নৱেম্বৰ: বাংলাদেশলৈ গৰু সৰবৰাহৰ ঘটনাৰ বাবে সংবাদশীৰ্ষ দখল কৰি থকাৰ সমান্তৰালকৈ ড্ৰাগছ সৰবৰাহৰ ঘাটিলৈ পৰিণত হৈছে ধুবুৰী জিলা। নৱ প্ৰজন্মক ড্ৰাগছ যোগান ধৰি ধ্বংসৰ গৰাহলৈ থেলি দিছে একাংশ দুষ্ট চক্ৰই ।

ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰীৰ কেইবাখনো ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰে আৰক্ষীয়ে । লগতে ৩টা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত সৰবৰাহকাৰী কেইটা ৰাহুল প্ৰসাদ, ৰাকেশ দাস আৰু জেবিছ খান। তিনিওকে ধুবুৰী আদালতত হাজিৰ কৰায় আৰক্ষীয়ে। উল্লেখ্য যে, পশ্চিমবংগৰ পৰা বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ ধুবুৰী আৰু দক্ষিণ শালমাৰালৈ সৰবৰাহ কৰে একাংশ ড্ৰাগছ মাফিয়াই ।

তাৰ পিছত স্থানীয় যুৱক-যুৱতীক এই ড্ৰাগছ বিক্ৰী কৰাৰ উপৰিও বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে । সম্প্ৰতি অধিক তথ্য উদঘাটনৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।

লগতে পঢ়ক:BTCত বিজেপিয়ে এখনো আসনত জয়লাভ কৰিব নোৱাৰেঃনৱ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.