ETV Bharat / state

বৃহৎ পৰিমাণৰ নিচা যুক্ত টেবলেট জব্দ পূৱ বিলাসীপাৰা আৰক্ষীৰ

author img

By

Published : Jan 9, 2021, 5:59 PM IST

পূৱ বিলাসীপাৰা আৰক্ষীয়ে শনিবাৰে বৃহৎ পৰিমানৰ নিচা যুক্ত টেবলেট সহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ সৰবৰাহকাৰী জনৰ নাম বহলপুৰৰ শেগুনঝাৰী গাঁৱৰ নজৰ আলী বুলি জানিবলৈ দিছে পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীয়ে ৷

alcoholic tablets seized by East BilakhiPara Police
বৃহৎ পৰিমাণৰ নিচা যুক্ত টেবলেট জব্দ পূৱ বিলাসীপাৰা আৰক্ষীৰ

পূৱ বিলাসীপাৰা,9 জানুৱাৰী : পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীয়ে শনিবাৰে বহলপুৰৰ শেগুনঝাৰী গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ লোকজনৰ নাম বহলপুৰৰ শেগুনঝাৰী গাঁৱৰ নজৰ আলী বুলি জানিবলৈ দিছে পূৱ বিলাসীপাৰা আৰক্ষীয়ে ৷

alcoholic-tablets-seized-by-east-bilakhipara-police

আৰক্ষীৰ সুত্ৰই সদৰি কৰা অনুসৰি এক গোপন সুত্ৰৰ পম খেদি নজৰ আলীৰ ঘৰত চলোৱা অভিযানত জব্দ কৰে উক্ত নিচাযুক্ত টেবলেটখিনি ৷ নজৰ আলীৰ ঘৰৰ পিছফালে এই টেবলেট খিনি মাটত পুটি থোৱা আছিল বুলি জানিবলৈ দিছে আৰক্ষীৰ সুত্ৰই ৷

ইফালে,এই নিচাযুক্ত টেবলেট সৰবৰাহৰ লগত বিলাসীপাৰা এটা বৃহৎ চক্ৰ জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ সুত্ৰই ৷ যাৰ বাবে এই নিচাযুক্ত টেবলেট সৰবৰাহৰ বিষয়ত অঞ্চলটোৰ আন এজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে পূৱ বিলাসীপাৰা আৰক্ষীয়ে ৷ উল্লেখ্য যে, জব্দ কৰা নিচাযুক্ত টেবলেটখিনিৰ বজাৰ মূল্য লক্ষাধিক টকাৰ হ'ব বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : অসমৰ প্ৰতিজন নাগৰিকৰ মুৰত ২৪ হাজাৰ টকাৰ ধাৰৰ বোজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.