ETV Bharat / state

শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰকাশৰ দাবী এ আই ইউ ডিএফৰ

এন আৰ চি প্ৰকাশৰ পূৰ্বে এন আৰ চি প্ৰসংগত এ আই ইউ ডি এফৰ সংবাদমেল । এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে সংবাদমেল সম্বোধন কৰি উত্থাপন কৰিলে অভিযোগ ।

author img

By

Published : Aug 20, 2019, 10:18 PM IST

এ আই ইউ ডি এফৰ সংবাদমেল

ধুবুৰী,20আগষ্টঃ 31 আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা । মাজত মাথো কেইটাদিন বাকী থকাৰ সময়তে দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত মঙলবাৰে এন আৰ চি সন্দৰ্ভত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ সংবাদমেল সম্বোধন কৰে। হাটশিঙিমাৰী আৱৰ্ত্ত ভৱনত অনুষ্ঠিত হোৱা এই সংবাদমেলত আমিনুল ইছলামে ৰাজ্য আৰু ভাৰত চৰকাৰক এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰকাশৰ দাবী জনায় ৷ আনহাতে চূড়ান্ত তালিকা প্ৰকাশৰ পিছত বাকী থকা কাম বিধানসভাত সম্পন্ন কৰাৰ প্ৰসংগত ক্ষুব্ধ হৈ পৰে এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক গৰাকী ।

Intro:এন আৰ চি প্ৰকাশৰ পূৰ্বে এন আৰ চি প্ৰসংগত এ আই ইউ ডি এফৰ সংবাদমেল। এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে সংবাদমেলৰ উত্থাপন কৰিলে কিছুমান চাঞ্চল্যকৰ অভিযোগ।Body:৩১ আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা। মাজত মাথোঁ কেইটাদিন বাকী থকাৰ সময়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত এন আৰ চি সন্দৰ্ভত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ সংবাদমেল।
দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী আৱৰ্ত্ত ভৱনত আজি মঙ্গলবাৰে এন আৰ চি সন্দৰ্ভত এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য আৰু ভাৰত চৰকাৰক এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰকাশৰ দাবী জনায় আমিনুল ইছলামে।
আনহাতে নাম কৰ্তন কৰাক লৈ কিছুমান চাঞ্চল্যকৰ কথা উল্লেখ কৰাৰ লগতে চূড়ান্ত তালিকা প্ৰকাশৰ পিছত বাকী কাম বিধানসভাত সম্পন্ন কৰাৰ প্ৰসংগত ক্ষুব্ধ হৈ পৰে এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক গৰাকী।Conclusion: মুঠৰ ওপৰত এন আৰ চি লৈ কিবা ষড়যন্ত্ৰ চলি থকাৰ গোন্ধ পাইছে এ আই ইউ ডি এফে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.