ETV Bharat / state

ধুবুৰীত মনোনয়ন দাখিল নিজানুৰ ৰহমানৰ

author img

By

Published : Mar 18, 2021, 7:22 PM IST

বৃহস্পতিবাৰে ধুবুৰীত মনোনয়ন পত্ৰ দাখিল কৰে ২৪ নং গৌৰীপুৰ সমষ্টিৰ এআইইউডিএফ-ৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানে । বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে মহাজোঁটৰ প্ৰাৰ্থী ৰহমানে ।

ধুবুৰীত মনোনয়ন দাখিল নিজামুৰ ৰহমানৰ
ধুবুৰীত মনোনয়ন দাখিল নিজানুৰ ৰহমানৰ

ধুবুৰী,১৮ মাৰ্চ: বৃহস্পতিবাৰে ধুবুৰীত মনোনয়ন পত্ৰ দাখিল কৰে ২৪ নং গৌৰীপুৰ সমষ্টিৰ এআইইউডিএফ-ৰ বিধায়ক তথা মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমান । বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে মহাজোঁটৰ প্ৰাৰ্থী ৰহমানে । ঢোলে-ডগৰে সাংস্কৃতিক শোভাযাত্ৰাৰে সহস্ৰাধিক সমৰ্থক দলীয় কৰ্মীৰ সৈতে নিজানুৰ ৰহমানে উপস্থিত হয় জিলা উপায়ুক্তৰ কাৰ্যালয়ত ।

ধুবুৰীত মনোনয়ন দাখিল নিজামুৰ ৰহমানৰ
ধুবুৰীত মনোনয়ন দাখিল নিজানুৰ ৰহমানৰ

নিজানুৰ ৰহমানৰ সৈতে গৌৰীপুৰ সমষ্টিৰ বহু কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত আছিল । বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ সৈতে ৰহমানৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব । এইবেলি বনেন্দ্ৰ কুমাৰ মুছাহাৰীক বিপুল ভোটৰ ব্যৱধানত পৰাজিত কৰিব বুলি দাবী কৰে নিজানুৰ ৰহমানে । তেওঁ দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হ'ব বুলি দাবী কৰিছে যদিওঁ ভোটাৰেহে ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

লগতে পঢ়ক: ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ টিএচিৰ মুখ্য কাৰ্যবাহীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.