ETV Bharat / state

বিলাসীপাৰাত এ বি এমছু আৰু আমছুৰ চি(এ)এ বিৰোধী প্ৰতিবাদ

বিলাসীপাৰাতো চি(এ)এ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এ বি এমছু আৰু আমছুয়ে ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷

বিলাসীপাৰাত চি(এ)এ বিৰোধী প্ৰতিবাদ
এ বি এমছু আৰু আমছুৰ চি(এ)এ বিৰোধী প্ৰতিবাদ
author img

By

Published : Dec 17, 2019, 8:49 PM IST

পশ্চিম বিলাসীপাৰা, 17 ডিচেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিলাসীপাৰাতো মহকুমাধিপতিৰ কাৰ্যালয়ৰ সম্মুখত আৰু বিলাসীপাৰাৰ নিকটৱৰ্তী বগৰীবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত আমছুয়ে চি(এ)এ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷

এ বি এমছু আৰু আমছুৰ চি(এ)এ বিৰোধী প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলবাৰে বিলাসীপাৰা জিলা আমছু আৰু নিকটৱৰ্তী বগৰীবাৰীত এ বি এমছুয়ে পুৱা দহ বজাৰ পৰা চাৰিঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে। ছাত্ৰ সংগঠনটোৱে মহকুমাধিপতি আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত হাতে হাতে বেনাৰ,প্লে' কাৰ্ড লৈ 'অসম চৰকাৰ হায় হায়','নৰেন্দ্ৰ মোদী মূর্দাবাদ','কেব বাতিল কৰক,কেব আমি নামানো','জয় আই অসম','কেন্দ্ৰ চৰকাৰ গ' বেক' আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে । আইনখন বাতিল নকৰিলে অসমৰ পৰিস্থিতি ভয়াৱহ হৈ উঠিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

আৰু পঢ়ক : নিয়াৰ আদালতত হাজিৰ অখিল গগৈ

Intro:Slug:- Bilasipara ABAMSU & AAMSU PROTEST AGAINST CAA..
Date :- 17/12/19.

Anchore :- ৰাজ্যৰ আন প্ৰান্তৰ দৰে বিলাসীপাৰাতো মহকুমাধিতিৰ কাৰ্যালয়ৰ সম্মুখত আৰু আনফালে বিলাসীপাৰা নিকটৱৰ্তী বগৰীবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় সন্মুখত আমছুই কেৱৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে বিলাসীপাৰা ।

SBody:/ O :- জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি বিলাসীপাৰা জিলা আমছু আৰু নিকটৱৰ্তী বগৰীবাৰীত পৰ্বতঝোৰা এ বি আমছুই পুৱা দহ বজাৰ পৰা চাৰি ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে। কেবৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোবে মহকুমাধিপতিৰ আৰু চক্ৰ বিষয়ায় কাৰ্যালয়ৰ সমুখত হাতে হাতে বেনাৰ, প্লেকাদ লৈ অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মূর্দাবাদ, কেৱ বাতিল কৰক, কেৱ আমি না মানো, জয় আই অসম, কেন্দ্ৰ চৰকাৰ গো বেগ আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। আমছুই গ্ৰহণ কৰা উক্ত আন্দোলন কাৰ্যসূচীৰ পিছত যদি আইনখন বাতিল নকৰে তেনেহলে অসমৰ পৰিস্থিতি ভয়াবহ হব বুলি জনায়।

Conclusion:Byte ;- ১+২ ৰেজাইল কৰিম চৰকাৰ, ৰাজ্যিক সভাপতি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)।
পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.