ধুবুৰী, 20 মে' : নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো দুটা দিন । প্ৰৰ্থিসকলৰ মাজত কোনে মাৰিব শেষ হাঁহি তাকে লৈ জল্পনা-কল্পনা চলি থকাৰ সময়তে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ঘোষণা ধুবুৰী সমষ্টিৰ পৰা শেষ হাঁহি মাৰিবই তেওঁ ৷ হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰা বিজেপি-এ আই ইউ ডি এফক ৰাইজে প্ৰত্যাখান কৰি ভোট দিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৷ সেয়েহে তেওঁ জয়ী হোৱাটো নিশ্চিত ৷ ইপিনে বিভিন্ন সংবাদ মাধ্যমৰ Exit Poll সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে, তেওঁৰ ক্ষেত্ৰত কেতিয়াও মিলা নাই Exit Poll ৰ অংক ৷
ধুবুৰীত শেষ হাঁহি মাৰিব আবু তাহেৰ বেপাৰীয়ে ! - ধুবুৰীত শেষ হাঁহি মাৰিব কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে
আবু তাহেৰ বেপাৰীৰ ক্ষেত্ৰত নিমিলে এক্সিট পোলৰ অংক ! আবু তাহেৰ বেপাৰী দৃঢ় ঘোষণা ধুবুৰী সমষ্টিৰ পৰা শেষ হাঁহি মাৰিব তেওঁ ৷
ধুবুৰী, 20 মে' : নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো দুটা দিন । প্ৰৰ্থিসকলৰ মাজত কোনে মাৰিব শেষ হাঁহি তাকে লৈ জল্পনা-কল্পনা চলি থকাৰ সময়তে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ঘোষণা ধুবুৰী সমষ্টিৰ পৰা শেষ হাঁহি মাৰিবই তেওঁ ৷ হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰা বিজেপি-এ আই ইউ ডি এফক ৰাইজে প্ৰত্যাখান কৰি ভোট দিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৷ সেয়েহে তেওঁ জয়ী হোৱাটো নিশ্চিত ৷ ইপিনে বিভিন্ন সংবাদ মাধ্যমৰ Exit Poll সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে, তেওঁৰ ক্ষেত্ৰত কেতিয়াও মিলা নাই Exit Poll ৰ অংক ৷
Body:* এ আই ইউ ডি এফক কিয় বেয়া পাইছে ৰাইজে ?
* বিজেপিক কিয় বেয়া পাইছে ৰাইজে ?
* বিজেপি চৰকাৰৰ দিনত কোনে পাইছে চাকৰি আৰু আঁচনিৰ সুবিধা ?
* হিন্দু আৰু মুছলমানক লৈ কোনে ৰাজনীতি কৰিছে ?
* নিৰ্বাচনত কাৰ পক্ষত কি সিদ্ধান্ত ললে ধুবুৰী লোকসভাৰ ভোটাৰ ?
* কংগ্ৰেছৰ সৈতে কাৰ প্ৰতিদ্বন্দিতা হব আৰু শেষ হাঁহি কোনে মাৰিব ?
* চিপৰাং মৰা ৰাজনীতি কোনে কৰিলে বেপাৰীৰ ক্ষেত্ৰত ?
* Exit Poll ক লৈ কি কলে আবু তাহেৰ বেপাৰীয়ে ?
* ধুবুৰীত কোনে শেষ হাঁহি মাৰিব ?
* অসমত কংগ্ৰেছে কেইটা আসন পাব ?
Conclusion: উল্লেখযোগ্য যে, কংগ্ৰেছে ধুবুৰীকে ধৰি ৭/৮ খন আসন পাব বুলি আবু তাহেৰ বেপাৰীয়ে দাবী কৰিছে যদিওঁ কোনে শেষ হাঁহি মাৰিব সেয়া তেইশ মেতহে স্পষ্ট হব।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।