ETV Bharat / state

বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত পশ্চিমবংগৰ যুৱক

author img

By

Published : Apr 26, 2021, 9:08 PM IST

সোমবাৰে বিলাসীপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত পশ্চিমবংগৰ এজন যুৱক থিতাতে নিহত হয় ৷

বিলাসীপাৰাৰ এক পথ দুৰ্ঘটনাত নিহত পশ্চিমবংগৰ যুৱক

বিলাসীপাৰা, 26 এপ্ৰিল : বিলাসীপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাকৰ খুন্দত থিতাতে নিহত হয় মাইক্ৰ’ফাইনেন্সত কৰ্মৰত পশ্চিম বংগৰ এজন যুৱক ৷ স্থানীয় লোকে সদৰি কৰা মতে AM-P-0811 নম্বৰৰ ট্ৰাকখনে তীব্ৰ গতিত গৈ থকা অৱস্থাত সুৰ্যখাতাৰ সমীপৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহতিয়াই নিয়ে এজন বাইক আৰোহীক ৷ দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ WB-70F-9261 ৷ নিহত যুৱকজনৰ নাম জয়ন্ত বৰ্মন ৷ সৰলা ডেভেলপমেন্ট মাইক্ৰ’ফাইনেন্সত কৰ্মৰত আছিল জয়ন্ত বৰ্মন ৷ তেওঁৰ ঘৰ পশ্চিমবংগত বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.