ETV Bharat / state

বিলাসীপাৰাত উদযাপন ৭২ সংখ্যক গণৰাজ্য দিৱস

author img

By

Published : Jan 26, 2021, 12:16 PM IST

Updated : Jan 26, 2021, 12:29 PM IST

বিলাসীপাৰা আই এন এ খেল পথাৰত উদযাপন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস ৷ বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱে বিলাসীপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৷ এই কাৰ্যসূচীত পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী,পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

বিলাসীপাৰাত উদযাপন ৭২ সংখ্যক গণৰাজ্য দিৱস
বিলাসীপাৰাত উদযাপন ৭২ সংখ্যক গণৰাজ্য দিৱস

বিলাসীপাৰা, 26 জানুৱাৰী : মঙলবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে 72 সংখ্যক গণৰাজ্য দিৱস ৷ বিলাসীপাৰা আই এন এ খেল পথাৰতো অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷

বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱে বিলাসীপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৷

বিলাসীপাৰাৰ মহকুমাধিপতি গৰাকীৰ পতাকা উত্তোলনৰ পিছতে অসম আৰক্ষী জোৱানৰ দ্বাৰা প্ৰদৰ্শিত হয় কুজ কাৱাজ ৷ অসম আৰক্ষী জোৱান সকলৰ লগতে NCC আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰাও বিলাসীপাৰাত কুজ কাৱাজ প্ৰদৰ্শিত কৰা হয় ৷ অসম আৰক্ষী,NCC আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শিত কৰা কুজ কাৱাজত বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱেও অংশগ্ৰহণ কৰে ৷

মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী,পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা

Last Updated : Jan 26, 2021, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.