ধুবুৰী,16 এপ্ৰিলঃক'ৰণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশজুৰি অব্যাহত লকডাউন ৷কিন্তু তাৰমাজতে চেন্নাইত আৱদ্ধ হৈ পৰিছে অসমৰ 70জনকৈ লোক ৷চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা লোকসকল সম্প্ৰতি সন্মুখীন হ'ব লগা হৈছে বিভিন্ন সমস্যাৰ ৷ইয়াৰ উপৰি ক্ৰয় কৰিব পৰা নাই প্ৰয়োজনীয় ঔষধ ৷ তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে চেন্নাইত থকা অসমৰ লোকসকল ৷ যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰক শীঘ্ৰে সহায়ৰ অনুৰোধ জনাইছে চেন্নাইত আৱদ্ধ হৈ থকা লোকসকলৰ পৰিয়ালে ৷
চেন্নাইত আবদ্ধ অসমৰ 70জনকৈ লোক - লকডাউনৰ ফলত চেন্নাইত আৱদ্ধ অসমৰ 70জনকৈ লোক
লক ডাউনৰ ফলত চেন্নাইত আবদ্ধ অসমৰ 70জনকৈ লোক ৷ হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হৈছে আবদ্ধ লোকসকলৰ মাজত ৷
চেন্নাইত আবদ্ধ অসমৰ 70জনকৈ লোক