ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত গণ সত্যাগ্ৰহ - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ

নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে গণ সত্যাগ্ৰহ ৷ বুধবাৰে উত্তৰ গুৱাহাটীৰ আমিন গাঁও,কোকৰাঝাৰ,বঙাইগাঁও, পশ্চিম বিলাসী পাৰা,দৰঙ আদি অঞ্চলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

18 December ASSAM CAA protest
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ
author img

By

Published : Dec 18, 2019, 9:45 PM IST

উত্তৰ গুৱাহাটী,18 ডিচেম্বৰ: আমিনগাঁওত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একেলগে থিয় দিলে শিল্পী,সাহিত্যিক,সাংবাদিক আলোচনা পন্থী আলফা আৰু বৌদ্ধিক সমাজ ৷ গণতান্ত্ৰিক প্ৰতিবাদত গা নলৰা চৰকাৰ প্ৰশানৰ বিৰুদ্ধে আমিনগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ এগৰাকী যুৱতীৰ ৷ দেহত শিকলিৰে মেৰিয়াই তলা মাৰি গণতান্ত্ৰিক প্ৰতিবাদক কিদৰে হত্যা কৰিছে চৰকাৰে সেয়া দাঙি ধৰে যুৱতীগৰাকীয়ে ৷ শিকলি বন্ধা হাতেৰে দেশ ৰক্ষাৰ সংকল্প শিল্পীৰ ৷ প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰক এইদৰেই নিজৰ দেহত শিকলিৰে বান্ধি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বুদ্ধিজীৱি মৌচুমী প্ৰভাত বৰাৰ নেতৃত্বত ওলোৱা এই প্ৰতিবাদত অংশ গ্ৰহণ কৰে আলোচনা পন্থী আলফা নেতা,অনুপ চেতিয়া,মৃণাল হাজৰিকা,শিল্পী অসীম বৈশ্য,প্ৰিয়ংকা বৈশ্যকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি ৷

18 December ASSAM CAA protest
প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰক এইদৰেই নিজৰ দেহত শিকলিৰে বান্ধি আমিনগাঁৱত সাব্যস্ত কৰিলে প্ৰতিবাদ

লগতে পঢ়ক:চিৰাঙত ২০ জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

কোকৰাঝাৰ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ সমান্তৰালকৈ বিটিএডি সদৰ চহৰ কোকৰাঝাৰত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰূপায়ণ কৰে এক বৃহৎ গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ কোকৰাঝাৰ জিলা আছু কাৰ্যালয়ৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীত আদিবাসী ছাত্ৰ সন্থা,নাথ যোগী ছাত্ৰ সন্থা,গৰীয়া মৰিয়া ছাত্ৰ সন্থা আদিকে ধৰি বহু দলসংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। বিতৰ্কিত আইনখনৰ বিৰুদ্ধে ব্যাপক শ্ল'গান দি সত্যাগ্ৰহকাৰী সকলে কোনো কাৰণতে আইনখন মানি নোলোৱাৰ হুংকৰা দিয়ে ৷

18 December ASSAM CAA protest
কোকৰাঝাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎ গণ সত্যাগ্ৰহ

লগতে পঢ়ক:বাতিল কৰা হৈছে ৰে'ল সেৱা

বঙাইগাঁও: বঙাইগাঁৱতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ ৷ বঙাইগাঁও আছু জিলা কাৰ্যালয় শ্বহিদ ভৱনত জিলাখনৰ বহুকেইটা সংগঠনৰ সহযোগত অনুষ্ঠিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ। জেষ্ঠ নাগৰিক,আইমাতৃ,কৰ্মচাৰী পৰিষদকে আদি কৰি জিলাখনৰ ছাত্ৰ সংগঠন সমূহেও সহযোগ কৰে এই সত্যাগ্ৰহ অনুষ্ঠানত ।

18 December ASSAM CAA protest
ঙাইগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতা পৰীক্ষণৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ

পশ্চিম বিলাসীপাৰা: পশ্চিম বিলাসীপাৰাৰ বঙালীপাৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ ৷ কৃষক মুক্তি, ছাত্ৰ মুক্তিকে বিভিন্ন দল সংগঠনৰ আহ্বানত গণ সমাৱেশত হাজাৰ হাজাৰ লোকে সমবেত হৈ নাগৰিকত্ব সংশোধনী আইন- ২০১৯ বাতিলৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে বঙালীপাৰাৰ ৰাজপথ। গণসমাৱেশত চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰালৈকে পৰৱৰ্ত্তী সময়ত গণতান্ত্ৰিক ভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে ৷

18 December ASSAM CAA protest
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিলাসীপাৰাত পৌৰসভাৰ কৰ্মচাৰী গোটৰো কৰ্মবিৰতী পালন

ইফালে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিলাসীপাৰাত পৌৰসভাৰ কৰ্মচাৰী গোটৰো কৰ্মবিৰতি পালন। সদৌ অসম কৰ্মচাৰী পৰিষদে আহ্বানত ৰাজ্যৰ আন আন অঞ্চলৰ লগতে বিলাসীপাৰাতো পৌৰসভাৰৰ কৰ্মচাৰী গোটে বুধবাৰে কৰ্মবিৰতী পালন কৰে। কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ বলত বলপূৰ্বকভাৱে অসমত জাপি দিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতিবাদ কৰি যাব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

18 December ASSAM CAA protest
বঙালীপাৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ

লগতে পঢ়ক:প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা

দৰং: দৰঙত নাগিৰকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তৃতীয় দিনা সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে। সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে মঙলদৈ ভেবাৰঘাটৰ পৰা আৰম্ভ কৰে বৃহৎ সমদল । ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা সহস্ৰাধিক লোকৰ সমদলত চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল মঙলদৈ। প্ৰতিবাদী সমদলত সহযোগ কৰে দৰং অগপ,দৰং কৰ্মচাৰী পৰিষদ,জাতীয়তা যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল সংগঠনে। আন্দোলনৰ জোৱাৰ দেখি অৱশেষত দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় প্ৰতিবাদকাৰী সকলক। কছাৰী ময়দানৰ অস্থায়ী কাৰাগাৰত আবদ্ধ কৰে প্ৰতিবাদকাৰীসকলক। অৱশ্যে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীসকলক তিনি ঘন্টাৰ পিছত মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷

18 December ASSAM CAA protest
দৰঙত নাগিৰকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তৃতীয় দিনৰ সত্যাগ্ৰহ আছুৰ

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গান্ধীবাৰীত গণ সত্যাগ্ৰহ

Intro:বিটিএডিত 'কা' বিৰোধী আণ্ডালন অব্যাহত। কোকৰাঝাৰত গণ সত্যাগ্ৰহ ৰূপায়ণ।

ৰাজ্যৰ প্রান্তে প্রান্তে 'কা' বিৰোধী আণ্ডালন অব্যাহত আছে। সমান্তৰালকৈ বিটিএদি সদৰ চহৰ কোকৰাঝাৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্ধোগত 'কা' বিৰোধীৰে এক বৃহৎ গণ সত্যাগ্ৰহ কাৰ্যকসূচী ৰূপায়ণ কৰা হয়।

Body:কোকৰাঝাৰ জিলা আছু কাৰ্যালয়ৰ পৰা জিলা উপাইক্তলৈ উলিওৱা গণ সত্যগ্ৰহ কাৰ্যকসূচী আদিভাষী ছাত্ৰ সন্থা, নাথযোগী ছাত্ৰ সন্থা, গৰীয়া মৰিয়া ছাত্ৰ সন্তা আদিকে ধৰি বহু দলসংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। হাতে হাতে বেনাৰ, ফেষ্টন, প্লেকাৰ্ড লৈ খোল তাল বজাই আহ ঔ আহ উলাই আহ ধ্বনি দি সদৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে।

Conclusion:কাৰ বিৰুদ্ধে ব্যাপক শ্লোগান দি সত্যগ্ৰহকাৰী সকলে কা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.