ETV Bharat / state

ধেমাজিত চিত্ৰশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল পকী দেৱাল - অসম নিউজ

ধেমাজিৰ "শিক্ষা ৰেক্টিছ বিদ্যালয়ৰ উদ্যোগত" আৰু ধেমাজিৰ "অংকন" সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় 'ৱাল পেইন্টিং' অনুষ্ঠান । ছবি অঁকা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত কাকতিয়ে । অনুষ্ঠানটো পৰিচালনা কৰে ধেমাজিৰ উদীয়মান চিত্ৰ শিল্পী তথা অংকনৰ হোমেন শইকীয়াই

ধেমাজিত দেৱাল অংকন
author img

By

Published : May 18, 2019, 7:45 PM IST

ধেমাজি , 18 মে' : শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বিদ্যালয়ৰ চৌহদৰ পকী দেৱাল । শনিবাৰে ধেমাজিত কণ কণ শিশুৰ মানসিক বিকাশ লাভ কৰাৰ উদ্দেশ্য চৈধ্য গৰাকী চিত্ৰশিল্পীয়ে একেলগে বিদ্যালয়ৰ চৌহদৰ দেৱালত অংকন কৰিলে শিশু কেন্দ্ৰিক বিভিন্ন ছবি । ধেমাজিৰ "শিক্ষা ৰেক্টিছ বিদ্যালয়ৰ উদ্যোগত" আৰু ধেমাজিৰ "অংকনৰ" সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৱাল পেইন্টিং অনুষ্ঠান । ছবি অঁকা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত কাকতিয়ে । অনুষ্ঠানটো পৰিচালনা কৰে ধেমাজিৰ উদীয়মান চিত্ৰ শিল্পী তথা অংকনৰ হোমেন শইকীয়াই । ইয়াৰ জৰিয়তে এচাম নৱপ্ৰজন্মই চিত্ৰ শিল্পীসকলক এখন মঞ্চত খোজ পেলাবলৈ সুযোগ দিয়াৰ লগতে এই ছবিয়ে বিদ্যালয়খনৰ কণ কণ শিশুসকলক দৃষ্টি আকৰ্ষণ কৰিব আৰু ইয়ে অধ্যয়নত মনোযোগ দিয়াত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ।

Intro:ধেমাজিত চিত্ৰশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল পকী দেৱাল ।

Body:ধেমাজি , 18 মে : শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বিদ্যালয়ৰ চৌহদৰ পকী দেৱাল । শনিবাৰে ধেমাজিত

কন কন শিশু ৰ মানসিক বিকাশ লাভ কৰাৰ উদ্দেশ্য চৈধ্য গৰাকী চিত্ৰশিল্পীয়ে একেলগে বিদ্যালয়ৰ চৌহদৰ দেৱালত আঁকিলে শিশু কেন্দ্ৰিক বিভিন্ন ছৱি । ধেমাজিৰ "শিক্ষা ৰেক্টিছ বিদ্যালয়ৰ উদ্যোগত "আৰু ধেমাজিৰ "অ্ংকনৰ" ,সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৱাল পেইন্টিং অনুষ্ঠান । ছৱি অঁকা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত কাকতিয়ে । অনুষ্ঠানটো পৰিচালনা কৰে ধেমাজিৰ উদীয়মান চিত্ৰ শিল্পী তথা অংকনৰ হোমেন শ ইকীয়াই ।ইয়াৰ জৰিয়তে এচাম নপ্ৰজন্ম চিত্ৰ শিল্পীসকলক এখন মঞ্চত খোজ পেলাবলৈ সুযোগ দিয়াৰ লগতে এই ছৱিয়ে বিদ্যালয়খনৰ কন কন শিশুসকলক দৃষ্টি আকৰ্ষণ কৰিব আৰু ইয়ে অধ্যয়নত মনোযোগ দিয়াত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ।

byte... Humen saikia

pradunya Bharali , Dhemaji , Assam, 18/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.