ধেমাজি, ৫ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদৰ টৌ ৷ মঙলবাৰে সন্ধিয়া ধেমাজিৰ জামুগুৰি পাঁচআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কেইবাখনো গাঁৱৰ ৰাইজে বিধেয়কখনৰ বিৰোধিতাৰে কৰি বাহিৰ কৰে এক প্ৰতিবাদী জোঁৰ সমদল । যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ লগতে যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
ধেমাজিৰ জামুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ কৰ্মীসকল
ধেমাজি, ৫ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদৰ টৌ ৷ মঙলবাৰে সন্ধিয়া ধেমাজিৰ জামুগুৰি পাঁচআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কেইবাখনো গাঁৱৰ ৰাইজে বিধেয়কখনৰ বিৰোধিতাৰে কৰি বাহিৰ কৰে এক প্ৰতিবাদী জোঁৰ সমদল । যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ লগতে যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
Slug-- A_dmj_troch_rally_kmss_against_cab_pradunya_bharali 806_808
--------------×××------------
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গাঁৱে ভূঁঞে অব্যাহত আছে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ ৷ মঙলবাৰে সন্ধিয়া ধেমাজিৰ জামুগুৰি পাঁচ আলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কেইবাখনো গাওঁৰ ৰাইজে বিধেয়কখনৰ বিৰোধীতা কৰি বাহিৰ কৰে এক প্ৰতিবাদী জোঁৰ সমদলৰ...সহযোগ কৰে স্হানীয় ব্যৱসায়ী সকলেও ৷ যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷
byte--- KMSS
pradunya Bharali; dhemaji; Assam.5/2/2019
Visual send by Ftp
Conclusion: