ETV Bharat / state

জোনাইত ৰেপিড টেষ্টৰ অন্তত পুনৰ 6 গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

author img

By

Published : Jul 30, 2020, 10:43 PM IST

বৃহস্পতিবাৰে জোনাই বজাৰৰ মাজমজিয়াৰ দুৰ্গা মন্দিৰত স্থাপন কৰা শিবিৰত 6 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ 154 গৰাকীক কৰা ৰেপিড টেষ্টৰ অন্তত 6 গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷ ইতিমধ্যে, প্ৰশাসনে জোনাই বজাৰৰ কিছু অংশ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷

TODAY 6 NEW CORONA CASES FOUND IN JONAI
জোনাইত ৰেপিড টেষ্টৰ অন্তত পুনৰ 6 গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

জোনাই, 30 জুলাই : ৰাজ্যৰ অন্য জিলাৰ লগতে ধেমাজি জিলাতো কৰ'ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে প্ৰশাসনৰ তৰফৰ পৰা ৰেপিড এন্টিজেন টেষ্টৰ ব্যবস্থা কৰিছে ৷

বৃহস্পতিবাৰে জোনাই বজাৰৰ মাজমজিয়াৰ দুৰ্গা মন্দিৰত স্থাপন কৰা শিবিৰত 6 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ ক'ভিড আক্ৰান্ত লোক কেইজন জোনাই বজাৰৰ মহন্ত নমসুদ্ৰ,সুভাষ দাস,প্ৰেমধৰ কুটুম,ফুলমনি কুটুম,দুলুমনি কুটুম আৰু আগাম দলুঙৰ হিলাৰি পেগু বুলি জানিব পৰা গৈছে ৷ ইয়াৰে মহন্ত নমসুদ্ৰ নামৰ যুৱকজন জোনাইৰ এখন ফাৰ্মাচীত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ আক্ৰান্ত আটাইকে প্ৰশাসনে চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, 154 গৰাকীক কৰা ৰেপিড টেষ্টৰ অন্তত 6 গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷ ইতিমধ্যে, প্ৰশাসনে জোনাই বজাৰৰ কিছু অংশ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷

লগতে পঢ়ক : বনবিভাগ আৰু দুস্কৃতিকাৰীৰ মিতিৰালি আছেঃ শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.