ETV Bharat / state

২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবলত প্ৰতিযোগিতা - পূব চিয়াং জিলাৰ ক্ৰীড়া সন্থা

পাছিঘাটৰ উদ্যান বিদ্যা আৰু বন মহাবিদ্যালয়ৰ ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ৰে'লৱে দলক 1-0 গ'ল দি জয়লাভ কৰে মণিপুৰ দলে

২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবলত প্ৰতিযোগিতা
author img

By

Published : Sep 25, 2019, 1:11 PM IST

জোনাই ২৫ ছেপ্তেম্বৰঃ ২৫ সংখ্যক অগ্ৰৱৰ্ত্তী মহিলা ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন মণিপুৰ দল ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্বাৱধানত পূব চিয়াং জিলাৰ ক্ৰীড়া সন্থাৰ সহযোগত স্মাৰ্ট চিটি পাছিঘাটত 10 চেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছিল মহিলা ফুটবল প্ৰতিযোগিতাখন ৷ পাছিঘাটৰ উদ্যান বিদ্যা আৰু বন মহাবিদ্যালয়ৰ ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ৰে'লৱে দলক 1-0 গ'ল দি জয়লাভ কৰে মণিপুৰ দলে ৷

২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবলত প্ৰতিযোগিতা

আনহাতে,ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ খিতাপ অৰ্জন কৰে ৰে'লৱে দলৰ খেলুৱৈ সঞ্জুৱে আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ খিতাপ অৰ্জন কৰে মণিপুৰ দলৰ এলবাম পানথনি চানুৱে ৷

Intro:Body:
২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবলত প্ৰতিযোগিতাত চেম্পিয়ন মনিপুৰ দল

জোনাই ২৪ ছেপ্টেম্বৰ

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ তত্বাৱধানত অৰুণাচল প্ৰদেশৰ ফুটবল সংস্থাৰ উদ্যোগত পূব চিয়াং জিলাৰ ক্ৰীড়া সন্থাৰ সহযোগত একমাত্ৰ স্মাৰ্ট চিটি পাছিঘাটত যোৱা  ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ দেশৰ ২৫ সংখ্যক অগ্ৰৱৰ্ত্তী মহিলা ফুটবল প্ৰতিযোগিতাত   আজি অন্তিম চুড়ান্ত খেল খনত মনিপুৰ দলে চেম্পিয়ন হয় | পাছিঘাটৰ উদ্যান বিদ্যা আৰু বন মহাবিদ্যালয়ৰ খেলপথাৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা  ২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাৰ আজিৰ ফাইনেল মেচত  মনিপুৰ দলে ৰেলৱে দলক  ১-০ গল দি জয়লাভ কৰে |  ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ খিতাপ আৰ্জন কৰে ৰেলৱে দলৰ সঞ্জুৱে আৰু মনিপুৰ দলৰ এলবাম পানথনি চানুৱে  শ্ৰেষ্ঠ গল ৰক্ষক খিতাপ অৰ্জন কৰে |

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.