ETV Bharat / state

ধেমাজিত কন্টেইনমেন্ট জ’নত প্ৰশাসনৰ সাহায্য বিতৰণ

author img

By

Published : May 24, 2021, 7:41 AM IST

ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ নগাখেলীয়া গাঁৱৰ ২৯ টা পৰিয়াল আৰু দক্ষিণ ডুমকটা গাঁৱৰ 85 টা পৰিয়ালৰ মাজত প্ৰশাসনৰ লোকে এই সাহায্য সামগ্ৰী বিতৰণ কৰে ৷

Relief distribution at containment zone
ধেমাজিত কন্টেইনমেন্ট জ’ন ঘোষণা কৰা দুখন গাঁৱত প্ৰশাসনৰ সাহাৰ্য বিতৰণ

ধেমাজি, 24 মে’ : ধেমাজি জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা দুখন গাঁৱৰ লোকৰ মাজত দেওবাৰে সাহায্য সামগ্ৰী বিতৰণ কৰে ৷ ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ নগাখেলীয়া গাঁৱৰ ২৯ টা পৰিয়াল আৰু দক্ষিণ ডুমকটা গাঁৱৰ 85 টা পৰিয়ালৰ মাজত প্ৰশাসনৰ লোকে এই সাহায্য সামগ্ৰী বিতৰণ কৰে ৷ ধেমাজি জিলা প্ৰশাসনে প্ৰতিটো পৰিয়ালক 15 কেজি চাউল, 2 কেজি দালি, নিমখ, পিয়াঁজ, আলু, মিঠাতেল আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

লগতে পঢ়ক : কৰ’ণাৰ মাজতে লাইকা-দধীয়াবাসীৰ সন্মুখত পুনৰ আন এক প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.