ETV Bharat / state

ধেমাজিত টিম ৰত্নাকৰৰ প্ৰচাৰ - ৰত্নাকৰ ছবি

দেওবাৰে যতীন বৰা সহিতে টিম ৰত্নাকৰ উপস্থিত হ'ল ধেমাজি জিলাত

টিম ৰত্নাকৰৰ প্ৰচাৰ
author img

By

Published : Sep 22, 2019, 9:21 PM IST

ধেমাজি , ২২ ছেপ্টেম্বৰঃ জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ প্ৰচাৰ অভিযানৰ পিছত এইবাৰ যতীন বৰাৰ " ৰত্নাকৰ "ছবিক লৈ সৰ্বত্ৰে চলিছে ব্যাপক প্ৰচাৰ ৷দেওবাৰে ধেমাজিত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলালে ৰত্নাকৰ টিমৰ কলা-কুশলীসকলে ৷ প্ৰথমে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলোৱাৰ পিছত ধেমাজি কাৰিচুকস্থিত মুৰংঘৰত উপস্থিত হৈ অসংখ্য গুণমুগ্ধ তথা অনুৰাগী ছাত্ৰ ছাত্ৰৰ ছাত্ৰী মাজত প্ৰচাৰ চলায় ৷ ধেমাজি জিলা টি এম পি কে দ্বাৰা আয়োজিত অনুষ্ঠানত ৰত্নাকৰৰ কলা-কুশলীসকলে গীত-মাতেৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ৷

টিম ৰত্নাকৰৰ প্ৰচাৰ
ইপিন ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা যতীন বৰাই এই ৰত্নাকৰ ছবিখনক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰাৰ লগতে অসমীয়া ছবি চোৱাৰ অভ্যাস পুনৰ গঢ়ি উঠিব বুলি জনোৱাৰ লগতে উঠি অহা প্ৰজন্মৰ বাবেও ছবিখন মনোগ্ৰাহী কৰি তোলাৰ লগতে এই ছবিখনত অসমীয়া ছবিৰ নবীন- প্ৰবীণ মুখবিলাক চিত্ৰপ্ৰেমী ৰাইজে প্ৰত্যক্ষ কৰাৰ সুযোগ পাব বুলিও ব্যক্ত কৰে ৷

Intro:ধেমাজিত টিম ৰত্নাকৰ ৰ প্ৰচাৰ ৷Body:ধেমাজিত টিম ৰত্নাকৰ ৰ প্ৰচাৰ ৷

ধেমাজি , ২২ চেপ্তেম্বৰ: জুবিন গাগ’ৰ কাঞ্চনজংঘাৰ প্ৰচাৰ অভিযানৰ পিছত এইবাৰ যতীন বৰাৰ " ৰত্নাকৰ "ছৱি ক লৈ য়ো চলিছে ব্যাপক প্ৰচাৰ ৷দেওবাৰে ধেমাজিত উপস্থিত হৈ ছৱিখনৰ প্ৰচাৰ চলালে ৰত্না কৰ টিমৰ কলা কুশলীসকলে ৷ প্ৰথমে বৰদলনি কেন্দ্ৰী য় মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰচাৰ চলোৱাৰ পিছত ধেমাজি কাৰিচুকস্থিত মুৰংঘৰত উপস্থিত হৈ অসংখ্য গুনমুগ্ধ তথা অনুৰাগী ছাত্ৰ ছাত্ৰছাত্ৰী মাজত প্ৰচাৰ চলাই ৷ ধেমাজি জিলা টি এম পি কে দ্বাৰা আয়োজিত অনুষ্ঠানত ৰত্না কৰৰ কলা কুশলীসকলে গীত - মাতেৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ৷

ইপিন ছৱিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা যতীন বৰাই এই ৰত্না কৰ ছৱিখনক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰাৰ লগতে অসমীয়া ছৱি চোৱাৰ অভ্যাস পুনৰ গঢ়ি উঠিব বুলি কয় ৷ তদুপৰি উঠি অহা প্ৰজন্মৰ বাবেও ছৱিখন মনোগ্ৰাহী কৰি তোলাৰ লগতে এই ছৱিখনত অসমীয়া ছৱিৰ নৱীন- প্ৰবীন ৰ মুখবিলাক চিত্ৰপ্ৰেমী ৰাইজে প্ৰত্যক্ষ কৰাৰ সুযোগ পাব বুলি কয় ৷

Byte.jatin Bora

PRADUNYA BHARALI , DHEMAJI , ASSAM.22/9/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.