ETV Bharat / state

জোনাইত ৰংজালু বৈচাগু উৎসৱ পালন - ইউবিপিঅ

চিমেন চাপৰিত ৰংজালু বৈচাগু উৎসৱৰ আয়োজন ৷ বাগৰুম্বা নৃত্যৰে মুখৰিত সানজাৰি নগৰ ৷

জোনাইত ৰংজালু বৈচাগু উৎসৱ পালন
জোনাইত ৰংজালু বৈচাগু উৎসৱ পালন
author img

By

Published : Apr 14, 2021, 10:25 PM IST

জোনাই ,১৪ এপ্ৰিল : বুধবাৰে গৰু বিহুৰ দিনটোত বড়ো জনগোষ্ঠীয় লোকসকলে চিমেন চাপৰিৰ সানজাৰি নগৰ বৈচাগু উদযাপন সমিতিৰ উদ্যোগত সপ্তম বাৰৰ বাবে ৰংজালু বৈচাগু উৎসৱ অনুষ্ঠিত কৰে । সানজাৰি নগৰৰ বড়িমুৰিত পথাৰত অনুষ্ঠিত কৰা হয় ৰংজালু বৈচাগু উৎসৱ ৷ বুধবাৰে ৫.৩০ বজাত বড়ো সকলৰ পৰম্পৰাগত নীতি-নিয়মেৰে গৰুক গা ধোৱাই পুৱা ৭.৩০ বজাত সানজাৰি নগৰ বৈশাগু সমিতিৰ সভাপতি জোনাৰাম ব্ৰহ্মই পতাকা উত্তোলন কৰে ৷

জোনাইত ৰংজালু বৈচাগু উৎসৱ পালন

অনুষ্ঠানত বৈচাগু সম্পৰ্কত হোৱা আলোচনাৰ উদ্বোধন কৰে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে । জোনাৰাম ব্ৰহ্মই সভাপতিত্ব কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী ৷ উক্ত অনুষ্ঠানত অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, শিল্পী পেঞ্চনাৰ তৰাৱতী মিলি, কন্ঠশিল্পী ফুংজা মুছাহাৰী, ইলা ব্ৰহ্ম, নিৰ্মল ব্ৰহ্ম, বিবুংসাৰ গয়াৰী, বিপিন বসুমতাৰীয়ে গীত পৰিৱেশন কৰে ৷

লগতে পঢ়ক : কৰ'ণা সন্দৰ্ভত যোগী চৰকাৰৰ বৃহৎ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.