ETV Bharat / state

কাইলৈ চিলাপথাৰত দেশৰ প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা - February 22

২২ ফেব্ৰুৱাৰীত চিলাপথাৰ পিয়াঙলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিল বিশাল মণ্ডপ, মসৃন উপপথ, দুখনকৈ হেলিপেডৰ লগতে পাচ লক্ষাধিক ৰাইজ একেলগে বহিব পৰাকৈ বিশাল আসনৰে মুকলি মঞ্চৰ সু ব্যৱস্থা ৷

কাইলৈ চিলাপথাৰত দেশৰ প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা

author img

By

Published : Feb 21, 2021, 10:37 PM IST

ধেমাজি,22 ফ্ৰেব্ৰুৱাৰী : অহা ২২ ফেব্ৰুৱাৰীত চিলাপথাৰ পিয়াঙলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বগীবিল দলঙৰ সমীপত আয়োজিত এই বিশাল সমাবেশৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিল বিশাল মণ্ডপ, মসৃন উপপথ, দুখনকৈ হেলিপেডৰ লগতে পাচ লক্ষাধিক ৰাইজ একেলগে বহিব পৰাকৈ বিশাল আসনৰে মুকলি মঞ্চৰ সু ব্যৱস্থা ৷ এই মণ্ডপৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰীজনে জনতাৰ প্ৰতি সম্বোধন কৰিব ৷ বিশাল জনসভালৈ জোনাই -ধেমাজিৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ একত্ৰিত কৰিবলৈ আঠখনকৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে পাঁচ হাজাৰোধিক সৰু-বৰ যাত্ৰীবাহী বাহনৰ ব্যৱস্থা কৰিছে ৷

কাইলৈ চিলাপথাৰত দেশৰ প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা

গণসমাবেশৰ সুৰক্ষাত নিয়োজিত কৰিছে কেইবা হাজাৰ সুৰক্ষাকৰ্মী ৷ সোমবাৰৰ দিনটো সমগ্ৰ অসমৰ বাবে এটা উল্লেখযোগ্য দিন হ'ব ৷ ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধনৰ লগতে ৰাজ্যখনৰ আন কেইবাটাও বিগ বাজেটৰ গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

লগতে পঢ়ক:পাথাৰকান্দিত কংগ্ৰেছৰ পৰ্যবেক্ষকৰ সন্মুখত সমৰ্থকৰ বিৰোধী শ্ল’গান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.