ETV Bharat / state

আহি থকা দিনত কেতিয়াও পূঁজিৰ অভাৱ নহ’ব : প্ৰদান বৰুৱা - ধেমাজি

দ্বিতীয়বাৰৰ বাবে লক্ষীমপুৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত ধেমাজিত ধেমাজি জিলা বিজেপিৰ দ্বাৰা আয়োজিত বিশাল বিজয় উৎসৱ ৷

আহি থকা দিনত কেতিয়াও পূঁজিৰ অভাৱ নহ’ব : প্ৰদান বৰুৱা
author img

By

Published : Jun 11, 2019, 5:34 AM IST

Updated : Jun 11, 2019, 9:05 AM IST

ধেমাজি, ১০ জুন : দ্বিতীয়বাৰৰ বাবে লক্ষীমপুৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে সোমবাৰে ধেমাজি ষ্টেডিয়ামত সাংসদ গৰাকীক উষ্ম আদৰণি জনোৱাৰ উদ্দেশ্যে ধেমাজি জিলা বিজেপিৰ দ্বাৰা আয়োজিত বিশাল বিজয় উৎসৱত অংশগ্ৰহণ কৰে প্ৰদান বৰুৱাই ৷ এই অনুষ্ঠানত সকলোৱে মিলি আগবাঢ়ি যোৱা কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে । লগতে আহি থকা দিনবোৰত পূঁজি কেতিয়াও অভাৱ নহ’ব বুলিও কয় । কেৱল পূঁজিখিনি জনসাধাৰণে ব্যৱহাৰ কৰি তেওঁলোকে যাতে সফল হয় তাৰ বাবে কাম কৰিব লাগিব । যিটো আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি মন্তব্য কৰে লক্ষীমপুৰৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদান বৰুৱাৰ ।

আহি থকা দিনত কেতিয়াও পূঁজিৰ অভাৱ নহ’ব : প্ৰদান বৰুৱা

লগতে ৰাইজক ধন্যবাদ জনাই সাংসদ গৰাকীয়ে কয়, নিৰ্বাচনৰ আগত কথা দিয়া মতে ধেমাজিৰ তেলিজানৰ পৰা মাছখোৱা সংযোগী গড়কাপ্তানি পথটোও দুই এদিনৰ ভিতৰতে দ্বি লেন যুক্ত কৰাৰ কাম আৰম্ভ কৰা হ’ব । সেইদৰে জিলাখনৰ বান গৰাখহনীয়া সমস্যাৰো সমাধানৰ বাবে চিন্তা চৰ্চা কৰা হৈছে বুলি ৰাইজৰ আগত সদৰি কৰে ।

Intro:আহি থকা দিনত পূঁজি কেতিয়াও অভাৱ নহব : প্ৰদান বৰুৱা

Body:ধেমাজি , ১০ , জুন : আহি থকা দিনবোৰত পূঁজি কেতিয়াও অভাৱ নহব ।পূঁজিখিনি আমাৰ জনসাধাৰণে ব্যৱহাৰ কৰি তেওঁলোকে যাতে সফল হয় তাৰ বাবে কাম কৰিব লাগিব । যিটো আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ।এই মন্তব্য লক্ষীমপুৰৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদান বৰুৱাৰ । লগতে ৰাইজক ধন্যবাদ জনাই সা্ংসদ গৰাকীয়ে আৰু কয় যে নিৰ্বাচনৰ আগত কথা দিয়া মতে ধেমাজিৰ তেলিজানৰ পৰা মাছখোৱা সংযোগী গড়কাপ্তানি পথটোও দুই এদিনৰ ভিতৰতে দ্বিলেন যুক্ত কৰাৰ কাম আৰম্ভ কৰিব । সেইদৰে জিলাখনৰ বানগৰাখহনীয়া সমস্যাৰ ও সমাধানৰ বাবে চিন্তা কৰিছে বুলি ৰাইজৰ আগত সদৰি কৰে । উল্লেখ্য যে দ্বিতীয় বাৰৰ বাবে লক্ষীমপুৰৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সোমবাৰে ধেমাজি ষ্টেডিয়ামত সাংসদ গৰাকীক উষ্ম আদৰণি জনোৱাৰ উদ্দেশ্য কৰি ধেমাজি জিলা বিজেপিৰ দ্বাৰা আ য়োজিত বিশাল বিজয় উৎসৱত অংশগ্ৰহণ কৰি সকলোৱে মিলি আগবাঢ়ি যোৱা কথা কলে সাংসদ গৰাকীয়ে ।

ইপিনে অনুষ্ঠানত শিল্পীৰ গীতৰ সুৰত বহুতেই কঁকাল ভাঙি ভাঙি নাচিলে । আনফালে আপ্যায়নৰ ব্যৱস্থা কৰা বিশাল আকাৰৰ ভোজনালয়ত বহুতে উদৰ পুৰাই খালে । কোনো কোনোৱে বহাৰ ঠাইৰ অভাৱত ষ্টেডিয়ামৰ বেলকনিতে খালে বিজয় উৎসৱৰ হেপাঁহৰ এসাঁজ ।
মুঠৰ ওপৰত গীত - মাত আৰু ভোজ - ভাতেৰে মুখৰিত হল বিজেপি বিজয় উৎসৱত ধেমাজিৰ ষ্টেডিয়াম ।
pradunya Bharali , Dhemaji , Assam , 10/6/2019

Conclusion:
Last Updated : Jun 11, 2019, 9:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.