ETV Bharat / state

ধেমাজিত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ - Dhemaji

লোকজনক ঊদ্ধাৰৰ বাবে এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত আহি উপস্থিত হয় যদিও ইয়াৰ আগতে স্থানীয়লোকে নৈত ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ২০০ মিটাৰ আঁতৰত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

One person died in flood at dhemaji
ধেমাজিত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ
author img

By

Published : Sep 28, 2020, 3:46 PM IST

ধেমাজি, 28 ছেপ্টেম্বৰ: ধেমাজিৰ জীয়াঢল চমৰাজানৰ এটা সুঁতি পাৰ হ'বলৈ যাওতে নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে ভুগেন্দ্ৰ বৰা নামৰ বৃদ্ধজনক । বৰাৰ ঘৰ ধেমাজি চমৰাজানত আৰু বয়স আনুমানিক ৭৫ বছৰ হ'ব বুলি জানিব পৰা গৈছে । লোকজনে সাঁতুৰি নদীৰ কোবাল সোঁত পাৰ হ'বলৈ চেষ্টা কৰিছিল যদিও পানীৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে লোকজনক ৷

পৰৱৰ্তী সময়ত লোকজনক ঊদ্ধাৰৰ বাবে এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত আহি উপস্থিত হয় যদিও ইয়াৰ আগতে স্থানীয়লোকে নৈৰ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ২০০ মিটাৰ আঁতৰত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক: পি কে দত্তৰ পৰ্বতসম সম্পত্তিৰ অনুসন্ধানৰ বাবে ৰুজু হ’ব গোচৰ:ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.